March 29, 2025 11:48 AM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ স...

March 29, 2025 11:46 AM

views 36

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। আমেৰিকাৰ চিনেটৰ দ্বাৰা দেশখনৰ উপ-বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ক্ৰিষ্ট'ফাৰ লেণ্ডাওক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমিশ্ৰীয়ে দুয়োখন দেশৰ মাজৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব প্রয়োজন...

March 29, 2025 11:43 AM

views 27

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পূবৰ সচিব জয়দীপ মজুমদাৰে কয়, যে এয়া...

March 29, 2025 11:40 AM

views 10

নৱৰাত্ৰি উপলক্ষে আকাশবাণীৰ ইউটিউব চেনেল আৰাধনা বিশেষ কাৰ্যসূচী প্ৰচাৰ

আকাশবাণীৰ ইউটিউব চেনেল আৰাধনাই পৱিত্ৰ নৱৰাত্ৰি উপলক্ষে কেতবোৰ বিশেষ কাৰ্যসূচী প্ৰচাৰ কৰিব। কাইলৈৰ পৰা অহা ৬ এপ্ৰিললৈকে এই চেনেলটোৰ জৰিয়তে এই বিশেষ কাৰ্যসূচীৰ প্ৰচাৰৰ দিহা কৰা হৈছে। এই সময়ছোৱাত প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ অনুপ জলোটা, নৰীন্দ্ৰৰ চঞ্চল, হৰিওম শ্বৰণ আৰু অনুৰাধা পড়োৱালকে ধৰি ...

March 29, 2025 11:38 AM

views 34

ম্যানমাৰত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৪ লৈ বৃদ্ধি

ম্যানমাৰত কালিৰ প্ৰলয়ংকাৰী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৪ লৈ বৃদ্ধি পাইছে। ইপিনে বেংককত এটা নির্মীয়মান সুউচ্চ অট্টালিকাৰ ধ্বংসস্তূপৰ মাজৰ পৰা কমেও দহজন লোকক উদ্ধাৰ কৰা হৈছে। ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক জৰীপ বিভাগে আংশকা প্রকাশ ক...

March 29, 2025 11:36 AM

views 12

পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। দুদিনীয়া এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু পৰিৱেশ কৰ্মীসকলে পৰিৱেশ সম্পৰ্কীয় জটিল সমস্যাসমূহৰ কাৰ্যকৰী সমাধান সূত্র অন্বেষণৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই সন...

March 28, 2025 8:09 PM

views 28

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্রশ্নকালীন ঘণ্টাৰে আৰম্ভ

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্রশ্নকালীন ঘণ্টাৰে আৰম্ভ হয়। প্রশ্নকালীন ঘণ্টাৰ সময়ছোৱাত শাসকীয় আৰু বিৰোধী দলৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশেষকৈ পুৰণি পেঞ্চন আঁচনি, ৰাস্তা-ঘাট, পানী যোগান, যান-বাহনৰ সমস্যা আদি সন্দৰ্ভত আলোচনা কৰে । প্রশ্নকালীন ঘণ্টাত বিধানসভাৰ অধ...

March 28, 2025 8:07 PM

views 19

ৰাজ্যসভাত আজি বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ

ৰাজ্যসভাত আজি উত্থাপন হোৱা বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত হোৱা আলোচনাৰ সময়তে কংগ্ৰেছ সাংসদ নীজ ডাংগিয়ে বিমান বন্দৰসমূহৰ ব্যক্তিগতকৰণ আৰু বিমান যাত্ৰাৰ উচ্চ নিৰিখৰ বিষয়টো উত্থাপন কৰে। দেশৰ সাধাৰণ জনগণে উচ্চমানৰ নিৰিখ বহন কৰিবলৈ সমৰ্থ নহয় বুল...

March 28, 2025 8:04 PM

views 32

বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই সামগ্ৰীসমূহৰ যোগান শক্তিশালী কৰিবলৈ বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন জনাইছে। আজি নতুন দিল্লীত মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে বৈদ্যুতিক সামগ্রী উ...

March 28, 2025 8:02 PM

views 30

লোকসভাত আজি সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত

ভাৰতীয় সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন আইন ১৯২৫ ৰ সলনি কৰি আজি লোকসভাত সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা। আই...