April 2, 2025 8:22 PM

views 47

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। তেওঁ কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষা আৰু উদ্ভাৱনৰ মাধ্যমেৰে আত্মনিৰ্ভৰ আৰু প্ৰতিযোগিতামুখী ৰাষ্ট্ৰৰ পথ প্ৰশস্ত কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে এখন বাতৰি কাকতত লিখা এটা ...

April 2, 2025 8:17 PM

views 43

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰু...

April 2, 2025 7:36 PM

views 25

আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব

আৰ্জেণ্টিনাৰ ব্যুনছ আয়াৰত কাইলৈ হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ বাবে ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শটগান শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। এইবছৰৰ আই এছ এছ এফ ব...

April 2, 2025 7:34 PM

views 23

গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধিৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ ইজৰাইলৰ

ইজৰাইলে গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ কৰিছে। এটা বিবৃতিত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে কয়, যে অভিযানৰ এই বর্ধিত সময়ছোৱাত গাজা ভূখণ্ডত সন্ত্রাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আন্তঃগাথনি সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ ...

April 2, 2025 7:23 PM

views 27

মহাৰাষ্ট্ৰৰ ছাহপুৰ বুলধানা ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু, আহত ২৬ জন

মহাৰাষ্ট্ৰৰ ছাহপুৰ বুলধানা ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৬ জন আহত হয়। দুখন বাছ আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষত এই লোককেইজন হতাহত হয়। আহত যাত্ৰীসকলক ছাহপুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

April 2, 2025 7:18 PM

views 32

ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পাল...

April 2, 2025 6:25 PM

views 40

মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাক্‌ফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকুল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছে। বিধেয়কখ...

April 2, 2025 5:56 PM

views 29

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্‌ফ পৰিষদ...

April 2, 2025 6:48 PM

views 41

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ অব্যাহত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তৰ্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এক বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬.১৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১.৯২ শতাংশ ভোটদান হোৱাৰ বাতৰি পো...

April 2, 2025 1:35 PM

views 31

আই পি এল টি-২০ ত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পঞ্জাৱ কিংছে ৮ উইকেটত পৰাস্ত কৰে । খেলখনত স্কিপাৰ শ্ৰেয়াৰ্চ আয়াৰে ৫২ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টচৰ হৈ দিগভেজ সিং ৰাথীয়ে দুয়োটা উইকেট দখল কৰে। টচত জিকি খেলখনত পঞ্জাৱ ক...