April 5, 2025 9:01 PM

views 17

ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে আজি দৰং জিলাৰ ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক কৰে। নির্দিষ্ট অভিযোগৰ ভিত্তিত দুর্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে অভিযুক্ত ছিপাঝাৰ কুৰুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী আমিনুল ইছলামক ধৰিবলৈ বেহু ৰচনা...

April 5, 2025 8:58 PM

views 27

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে ব...

April 5, 2025 8:52 PM

views 37

অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট ছিয়াং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতি শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক আমন্ত্ৰ...

April 5, 2025 8:06 PM

views 16

প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু ৪টা কেইবাশৰীয়া ৰে’লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু চাৰিটা কেইবাশৰীয়া ৰে'লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰে'ললাইনৰ প্ৰকল্পৰ জৰিয়তে দেশৰ যোগাযোগ আন্তঃগাঁথনিৰ উন্নত হোৱাৰ...

April 5, 2025 8:04 PM

views 22

প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামক তেওঁৰ জয়ন্তী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে সমাজৰ বঞ্চিত তথা প্রান্তীয় লোকসকলৰ অধিকাৰৰ হকে জগজীৱন ৰামে কৰা জীৱনজোৰা সংগ্ৰামৰ জৰিয়তে জনসাধাৰণ চিৰকাললৈ উৎসাহিত হৈ...

April 5, 2025 7:47 PM

views 26

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত হোৱা বুলি অট্টাৱাত থকা ভাৰতীয় উচ্চায়ুক্তই নিশ্চিত কৰিছে। সামাজিক মাধ্যমত ঘটনাটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি আয়োগে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰা বুলি সদৰি কৰিছে। নিহত লোকজনৰ পৰিয়াললৈ সম্ভাব্য সকলো সাহার্য আগবঢ়োৱাৰ বাবে আয়োগে এটা স্থানীয...

April 5, 2025 7:46 PM

views 18

ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ত ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ

ব্রাজিলত চলি থকা ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ কৰিছে। জামৱালে যোৱা নিশা ই টালীৰ জিয়ান লুইগী মালাংগাক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী আজি অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ব্রাজিলৰ ইউৰী ৰেইচৰ মুখামুখি হ'ব। আনহাতে পুৰুষৰ ৭০ কিলোগ্রাম শাখাৰ...

April 5, 2025 6:54 PM

views 17

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী সোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে ...

April 5, 2025 6:48 PM

views 20

আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস

আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ঐশ্বৰ্যশালী সামুদ্রিক ইতিহাসক সোঁৱৰি সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰে। ভিডিঅ'টোত ৰাষ্ট্ৰ নিৰ্মাণত সামুদ্রিক খণ্ডৰ ভূমিকা প্রতিফলিত হয়। চৰকাৰে দেশৰ প্ৰগতি সুনিশ্চিত কৰাৰ বাবে বন্দসমূহকে ধৰি সামুদ্রিক খণ্ডক শক্তিশালী...

April 5, 2025 3:45 PM

views 33

আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এ...