December 21, 2025 8:59 PM

views 22

শূণ্যৰ পৰা শতকলৈ: অটল ভাৰতৰ এটা শতাব্দী শীর্ষক কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে আয়োজন কৰা শূণ্যৰ পৰা শতকলৈ: অটল ভাৰতৰ এটা শতাব্দী শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মধ্য প্ৰদেশৰ ইণ্ডোৰত আয়োজিত কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগতে মুখ্যমন্ত্রী ড০ মোহন যাদৱ আৰু ৰাজ্যপাল মংণ্ডভা...

December 21, 2025 8:54 PM

views 18

চৰকাৰৰ ই-মার্কেটপ্লেছ মঞ্চ চমুকৈ GeMত বিগত মাহ পর্যন্ত ১১ লাখতকৈও অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ এম এছ এম ই বিক্রেতাৰ নাম পঞ্জীয়ন

চৰকাৰৰ ই-মার্কেটপ্লেছ মঞ্চ চমুকৈ GeMত বিগত মাহ পর্যন্ত ১১ লাখতকৈও অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ এম এছ এম ই বিক্রেতাৰ নাম পঞ্জীয়ন কৰা হৈছে। এই বিক্রেতাসকলে ৭ লাখ কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰীৰ যোগানৰ সুবিধা লাভ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি বিক্রেতাসকলে লাভ কৰা...

December 21, 2025 8:47 PM

views 69

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জ...

December 21, 2025 8:41 PM

views 24

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ প্ৰকাশ

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত একাংশ লোকে কৰা প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্রালয়ে কয় যে ২০ৰ পৰা ২৫জন যুবকে কালি বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত শ্ল...

December 21, 2025 8:34 PM

views 19

উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ মন্তব্য

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কৈছে যে, উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত বৈদ্যুতিক বাহন বিষয়ক এখন প্রদর্শনী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই বিষয়ে প্রকাশ কৰে। শ্রী সিঙে কয় যে, চৰকাৰী...

December 21, 2025 8:28 PM

views 27

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ স্বাক্ষৰ

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত আজি স্বাক্ষৰ কৰে। এই স্বাক্ষৰৰ পাছতেই শীতকালীন অধিবেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বি ভি জি ৰাম জী বিধেয়কখন গৃহীত হৈছিল। ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ নিবনুৱা লোকসকলক ১২৫টা কৰ্মদিনৰ...

December 21, 2025 8:08 PM

views 18

যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পূণ্য তিথি উপলক্ষে ৰাজ্য়বাসীৰ শ্রদ্ধা নিবেদন

সুবদী কণ্ঠৰ এমুঠি কালজয়ী গীতেৰে শতসহস্র শ্রোতা জনতাক মুগ্ধ কৰি যোৱা যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৫৭ চনতে আকাশবাণী গুৱাহাটী যোগে দীপালী বৰঠাকুৰৰ কণ্ঠত লীলা গগৈয়ে ৰচনা কৰা মোৰ বোপাই লাহৰি শীৰ্ষক গীতটি প্ৰচাৰ হৈছিল। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা...

December 21, 2025 7:57 PM

views 16

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীৰ কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই দলংখনে জিলাখনৰ মাছপাৰা আৰু হেকাৰপাৰা দোৰামাৰী অঞ্চলক সংযোগ কৰিব। ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দলংখন অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। শ্রীমহিলাৰীয়ে দলঙৰ ...

December 21, 2025 7:43 PM

views 8

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত আজি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক দিয়া প্রতিশ্রুতি পুৰণ কৰি সন্তুষ্টি প্রকাশ কৰে। শ্রীদাসে স্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত ...

December 21, 2025 7:35 PM

views 32

কামপুৰ-যমুনামুখৰ ৰে’লপথত ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত বন বিভাগক মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্রতিকূল বতৰ বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে তাৎক্ষণিক ...