December 31, 2025 12:57 PM
8
শিৱসাগৰ জিলাত নিশাৰ ভাগত ই-ৰিক্সা আৰু ই-কাৰ্ট চলাচল নিষিদ্ধ
জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু কুঁৱলীৰ সমস্যাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলাত নিশাৰ ভাগত ই-ৰিক্সা আৰু ই-কাৰ্ট চলাচল নিষিদ্ধ কৰা হৈছে। জিলা পৰিবহণ বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি কালিৰেপৰা প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব। উল্লেখযোগ্য যে জিলা পথ ...