January 6, 2025 5:55 PM
17
পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পঞ্চায়তৰ কমেও ৫০০ গৰাকী নির্বাচিত মহিলাই অংশগ্রহণ কৰে। বিশেষকৈ অনুসুচীত জনজাতিৰ পৰা পঞ্চায়তত প্ৰতিন...