January 31, 2025 10:44 AM

views 30

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ মফিদুল হাছান, ষ্টার্ট আপ উদ্যামী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্ক...

January 31, 2025 10:39 AM

views 41

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ ...

January 31, 2025 10:34 AM

views 33

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয়...

January 31, 2025 10:28 AM

views 21

ৰাজ্যৰ চৰকাৰী চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছনত ১৫ ফেব্ৰুৱাৰীৰ পৰা এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট হ’বঃ স্বাস্থ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছন অর্থাৎ নিদানপত্ৰত এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট কৰা হ'ব। ৰোগীয়ে এনে নিদানপত্ৰত লিখি দিয়া ঔষধ সংশ্লিষ্ট চিকিৎসালয়খনত নাপালে এই নম্বৰটোত অভিযোগ দাখিল কৰিব পাৰিব আৰু সেই অনুযায়ী কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্...

January 31, 2025 10:19 AM

views 28

৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ ...

January 30, 2025 8:58 PM

views 18

ইন্দ্ৰেশ্বৰ কলিতাক দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ্যৰ আবকাৰি বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উপাৰ্জনতকৈ ৯৫ শতাংশৰো অধিক সা-সম্পত্তি অৰ্জনৰ অভিযোগত তদাৰকী কোষে অভিযুক্ত কলিতাক কালি গ্ৰেপ্তাৰ কৰিছিল। ইয়া...

January 30, 2025 8:57 PM

views 29

শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন অশোক সিংহলৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে আজি শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰীসিংহলে জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলাখনত মাতৃ আৰু শিশুৰ মৃত্যু বিষয়টো বৈঠ...

January 30, 2025 8:55 PM

views 14

কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক অনুষ্ঠানৰ আয়োজন

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এন চি চিয়ে আজি কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গাৰ্লোছা, এন চি চিৰ উত্ত...

January 30, 2025 8:53 PM

views 22

ৰাজ্যৰ বিভিন্ন স্থানত ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্রীড়া সন্থাৰ যৌথ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা চলি আছে। ক্লাষ্টাৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি কেইবাখনো খেল আয়োজিত হয়। মৰিগাঁও মণ্ডলৰ খেলত জিলাখনৰ ৮টা দলে অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলা ক্রীড়...

January 30, 2025 8:51 PM

views 16

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীৰ সংসদ ভৱনত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বাজেট অধিবেশনৰ কাম-কাজসমূহ নিয়াৰিকৈ চলাই নিবৰ বাবে চৰকাৰে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে কয়, যে বাজেট অধিবেশনৰ আৰম্ভণিতে ...