৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত লখিমপুৰ টাইকোৱানডো একাডেমীৰ ৩ খেলুৱৈ

● লখিমপুৰ জিলা টাইকোৱানডো সন্থাৰ অধীনৰ সদৰ আৰু তেলাহী টাইকোৱানডো একাডেমীৰ তিনিগৰাকী খেলুৱৈয়ে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত হৈছে। নির্বাচিত খেলুৱৈকেইগৰাকী হ’ল দিশা প্ৰিয়া সোণোৱাল, গিৰি শংকৰ কোঁৱৰ আৰু ৰনিতা কাকতি।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।