ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হংকঙত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলৰ কলম্বিয়াক ২-১৩ পৰাস্ত

চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক ২-১৩ পৰাস্ত কৰে। দলটো আজি বিয়লি ৩ বজাত আন এখন খেলত বেলজিয়ামৰ মুখামুখি হ’ব। উল্লেখযোগ্য যে, হংকঙে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজকৰ দায়িত্ব পালন কৰিছে আৰু প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণত পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাসমূহ একেলগে অনুষ্ঠিত হৈছে।