December 26, 2025 6:08 PM

views 25

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধ...

December 26, 2025 6:06 PM

views 33

বঙাইগাওঁ জিলা আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি

বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দীবাকৰ নাথক বদলি কৰি বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে নিয...

December 26, 2025 6:04 PM

views 15

বিশ্বনাথৰ জিলা আয়ুক্তৰ জিলা চিকিৎসালয় পৰিদৰ্শন

বিশ্বনাথৰ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কর্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লয় আৰু লগতে বহিঃবিভাগ, আয়ুষ্মান কাৰ্য্যালয়, পুষ্টি পুনর্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰৰ কক্ষ, প্রসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ ...

December 26, 2025 5:59 PM

views 19

তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা

তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্...

December 26, 2025 5:55 PM

views 21

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত  ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ২০১৯ চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্রদর্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কর্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্ত...

December 26, 2025 2:23 PM

views 9

কেন্দ্ৰীয় চৰকাৰে বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে : প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে আৰু তেওঁলোকক প্ৰকৃত শাসন তথা ধৰ্মনিৰপেক্ষতাৰ নীতি অনুযায়ী কোনো ধৰণৰ বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষ...

December 26, 2025 2:21 PM

views 11

সেনা বাহিনীয়ে সৈনিকসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ সন্দৰ্ভত এখন অভ্যন্তৰীণ পত্ৰ জাৰি

সেনা বাহিনীয়ে সৈনিকসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ সন্দৰ্ভত এখন অভ্যন্তৰীণ পত্ৰ জাৰি কৰিছে । পত্ৰখনত অভিযান বিষয়ক সুৰক্ষা আৰু দায়িত্বহীন অনলাইন আচৰণত গুৰুত্ব আৰোপ কৰা হৈছে। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সেনিকসকলক অকল চোৱা আৰু নিৰীক্ষণৰ বাবেহে ইনষ্টাগ্রাম ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। ইনষ্টাগ্...

December 26, 2025 2:17 PM

views 7

আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ ব্যয়সাধ্যতা আৰু সেৱাৰ বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন কৰিছে। সংশোধিত ভাড়াৰ গাঁথনিৰ অধীনত উপকণ্ঠীয় আৰু অন্যান্য দুয়োটা পথকে ধৰি উপকণ্ঠীয় সেৱা আৰু ছিজন টিকটৰ ভাড়াৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আজি বা আগলৈ ব...

December 25, 2025 9:16 PM

views 18

খানাপাৰাৰ অসম গ্ৰন্থমেলাত দ্বিতীয় দিনা কেইবাখনো আলোচনা সত্র অনুষ্ঠিত হয়

অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিন। অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্রন্থমেলাত আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্...

December 25, 2025 9:07 PM

views 19

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি ক্রমাৎ স্বাভাবিক

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি ক্রমাৎ স্বাভাবিক হৈছে। আজিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অৱশ্যে অঞ্চলটোৰ প্ৰায় সংখ্যক ব্যৱসায়িক প্রতিষ্ঠান এতিয়াও বন্ধ হৈ আছে। সেনা-আৰক্ষীয়ে পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে। উল্লেখযোগ্য যে...