Download
Mobile App

android apple
signal

August 25, 2025 10:37 AM

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবল...

August 25, 2025 10:34 AM

৩১ আগষ্টত কটন বিশ্ববিদ্যালয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান

■ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰা...

August 25, 2025 10:19 AM

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যি...

August 25, 2025 10:13 AM

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হি...

August 24, 2025 8:48 PM

আহমেদাবাদত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী প্ৰতিভাবান খেলুৱৈয়ে ...

August 24, 2025 8:44 PM

বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা

প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি বঙাইগাঁৱৰ বীৰঝৰা ...

August 24, 2025 8:42 PM

নগাঁৱৰ ৰাইদঙিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ জিলা আয়ুক্ত দেৱাশীষ শর্মাৰ স্পষ্টীকৰণ

নগাঁও চহৰৰ সমীপৱৰ্ত্তী ৰাইদঙিয়াত যোৱা নিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ আজি জিলাখন...

August 24, 2025 8:40 PM

নগাঁৱৰ বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন

নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ শিখ বসতিপ্ৰধান বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত আজি শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১ ...