November 20, 2025 9:02 PM

views 28

সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থলঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ ১,২০০তকৈ অধিক সত্র আৰু ৪ হাজাৰৰো অধিক নামঘৰে ...

November 20, 2025 8:55 PM

views 29

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎ...

November 20, 2025 8:11 PM

views 19

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নৱেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশে...

November 20, 2025 8:05 PM

views 24

চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাৰ প্রতিবাদী কাৰ্যসূচী

ৰাজ্যৰ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমিপট্টা প্রদান, চাওতাল হিচাপে জনজাতি প্রমাণপত্র প্রদান, ২০২২ৰ ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্ৰতিটো দফা শীঘ্ৰেই কাৰ্যকৰীকৰণৰ দাবীত আজি চিৰাং জিলাৰ সুন্...

November 20, 2025 8:00 PM

views 36

কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্ত...

November 20, 2025 7:57 PM

views 30

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য প...

November 20, 2025 7:47 PM

views 36

আজি বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গ' ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজিৰ এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই-পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতিকী ৰূপত সহমর্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি...

November 20, 2025 7:43 PM

views 23

দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী

দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শ‍ইকীয়াই...

November 20, 2025 7:26 PM

views 20

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফনীন্দ্ৰ নাথ হালৈৰ দেহাৱসান

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকর্মী ফনীন্দ্ৰ নাথ হালৈৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ।

November 20, 2025 7:24 PM

views 46

বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক সম্বৰ্দ্ধনা

ইণ্ডোনেছিয়াত যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোনৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্রতিযোগিতাত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচ...