April 4, 2024 8:53 PM

views 44

সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া এটা নিৰ্দেশ খাৰিজ কৰিছে। ইয়াৰ লগে লগে শ্ৰীশৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাত জটিলতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এজন ব্যক্তিব অভিযোগৰ ভি...

April 4, 2024 8:51 PM

views 30

লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতিঃ প’লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ

◊ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। শিৱসাগৰ জিলাত নিৰ্বাচনী প্রস্তুতিৰ অংশ হিচাপে বিভিন্ন পর্যায়ত প'লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ ডিমৌ বিধানসভা সমষ্টিৰ ৪৮১টা ভোটগ্রহণ কেন্দ্ৰ আৰু শিৱসাগৰ বি...

April 4, 2024 8:45 PM

views 29

নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোত মৰগীয়া বানচ লাভ কৰিবঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, এইবাৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। তেওঁ লগতে কয় যে, নির্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি যদি কিবা কাৰণত অসুস্থ হয় তেন্তে তেওঁলোকক আয়...

April 4, 2024 8:42 PM

views 41

মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পান...

April 4, 2024 8:40 PM

views 31

নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ ৫টা সমষ্টি ক্রমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ...

April 4, 2024 7:08 PM

views 19

এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছেঃ মোদী

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত এখন মহাকাশযান সফলতাৰে অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত ভাৰতেই বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগ...

April 4, 2024 6:53 PM

views 26

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ'ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শ‍ইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক...

April 4, 2024 6:47 PM

views 27

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

April 4, 2024 6:44 PM

views 42

ওড়িশাত অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

♦ অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা কালি ওড়িশাত সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডিঅ' তথা স্ট্রেটেজিক ফ’চেছ কমাণ্ডে ওড়িশাৰ উপকূলৱৰ্তী এ পি জে আব্দুল কালাম দ্বীপৰ পৰা পৰীক্ষা চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি বেলেষ্টিক ক্ষেপনাস্ত্র অগ্নি প্রাইমে সকলো...

April 4, 2024 6:49 PM

views 48

ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ

♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ ...