November 23, 2025 10:30 AM

views 26

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ছটা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছটা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ, আফ্রিকীয় দক্ষতামূলক বহুমুখী কাৰ্যসূচী, গোলকীয় স্বাস্থ্য যতন সঁহাৰি গোট, মাদকদ্ৰব্য সৰবৰাহ ৰোধ,...

November 22, 2025 9:00 PM

views 24

জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত চলি থকা জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে আজি ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে জোহান্সবার্গত প্ৰধানমন্ত্ৰী ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰি তেওঁ নথৈ আনন্দিত হৈছে। তেওঁ কয়, যে ভাৰত-ব্রিটেইনৰ...

November 22, 2025 8:58 PM

views 22

গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ সম্মিলনৰ প্ৰথম সত্ৰত ভাষণ দি কয়, যে জি-২০য়ে গোলকীয় পর্যায়ত বিত্ত আৰু বিকাশক এটা স্থিতি দিছে কিন্তু বৰ্তমানৰ জি-২০ৰ আৰ্হিয়ে গৰ...

November 22, 2025 8:56 PM

views 26

চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ আদৰণি

আন্তঃৰাষ্ট্ৰীয় শ্রম সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা লেখীয়া আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আদৰণি জনাইছে। এই সংস্থাসমূহে ইয়াক সামাজিক সুৰক্ষাৰ সুদৃঢ়কৰণ, ন্যূনতম পাৰিশ্ৰমিক পৰিকাঠামৰ বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সামৰ্থ বৃদ্ধ...

November 22, 2025 8:53 PM

views 14

হজ যাত্ৰীসকলৰ যাত্ৰা অধিক সূচল কৰি তোলাৰ উপায় সম্পর্কে আলোচনা কেন্দ্রীয় হজ কমিটিৰ

কেন্দ্রীয় হজ কমিটিয়ে আজি মুম্বাইত আয়োজিত এখন বৈঠকত ২০২৬ বৰ্ষৰ হজৰ বাবে ভাৰতীয় হজ যাত্ৰীসকলৰ যাত্ৰা অধিক সূচল আৰু সৰল কৰি তোলাৰ উপায় সম্পর্কে আলোচনা কৰে। বৈঠকত সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব ড০ চন্দ্ৰশেখৰ কুমাৰে হজ কমিটিক হজ যাত্ৰীসকলৰ বকেয়া ধনৰ ৭৫ শতাংশ ততালিকে ঘুৰাই দিবলৈ নির্দেশ দিয়ে। বাকী ...

November 22, 2025 8:51 PM

views 19

তেলেংগানাত চিপিআই মাওবাদীৰ ৩৭ গৰাকী সদস্যৰ অস্ত্র সম্বৰন

তেলেংগানাত নিষিদ্ধ ঘোষিত চিপিআই মাওবাদীৰ ৩৭ গৰাকী সদস্যই আজি হায়দৰাবাদত আৰক্ষী সঞ্চালক প্রধান বি শিবধৰৰ সন্মুখত অস্ত্র সম্বৰন কৰে। ইয়াৰ ভিতৰত ৰাজ্যিক কমিটিৰ তিনি গৰাকী জ্যেষ্ঠ সদস্য আৰু ২৫ গৰাকী মহিলা আছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত কয়, যে ৰাজ্য চৰকাৰে অলপতে হিংসা পৰিহাৰ কৰি সমাজৰ ম...

November 22, 2025 8:48 PM

views 35

ভিয়েটনামত বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুৰ্যোগ আৰু বান ব্যৱস্থাপনা প্রাধীকৰণে প্ৰকাশ কৰা মতে ১৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নি পানীয়ে প্রায় ৮০ হাজাৰ হেক্টৰ ভূমিৰ খেতি নষ্ট কৰিছে আৰু ৩২ লাখ হাঁহ, কুকুৰা আৰু পশুধন উটুৱাই নিছে। বাঢ়নি প...

November 22, 2025 8:46 PM

views 37

অহা ৩০ নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২৮ সংখ্যক খণ্ড প্ৰচাৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ...

November 22, 2025 8:34 PM

views 22

গুৱাহাটীত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত দক্ষিণ আফ্রিকাৰ ২৪৭ ৰান সংগ্ৰহ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত ছটা উইকেটৰ বিনিময়ত ২৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাই টছট জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দক্ষিণ আফ্রিকাৰ হৈ টিষ্টান...

November 22, 2025 8:31 PM

views 34

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাং...