April 30, 2024 11:01 AM

views 25

কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচী লৈ গুজৰাটলৈ যাব। শ্রীমোদীয়ে এই ভ্রমণসূচীৰ কালছোৱাত গুজৰাটৰ ১১টা লোকসভা সমষ্টি সামৰি ৬খন ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কাইলৈ গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰীগৰাকী বানাছকান্থাৰ ডিছা আৰু ছাবৰকান্থাৰ হিম্ম...

April 29, 2024 8:32 PM

views 26

ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি কৰ্ণাটকৰ বাগালকোটত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, বিজেপিয়ে উন্নয়নৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে ভোটবেংকৰ লক্ষ...

April 29, 2024 8:30 PM

views 25

কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ নির্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিৰ গুৰমিটকলত এখন নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। ভাষণ প্ৰসংগত শ্রীখার্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বর্ধিত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে আই এন ডি আই বিৰোধী ঐক্য...

April 29, 2024 8:29 PM

views 17

উত্তৰ গুজৰাটৰ পাটানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নির্বাচনী প্ৰচাৰ সভা

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নির্বাচনী সভাত অংশ গ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্রাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এন ডি এ চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া ...

April 29, 2024 8:28 PM

views 25

উত্তৰ প্ৰদেশত কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীৰ মনোনয়ন পত্র দাখিল

উত্তৰ প্ৰদেশত আজি জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। ৰাজনাথ সিঙে লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্তৰ সিং ধামি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্...

April 29, 2024 8:26 PM

views 31

ইউ জি চি নেট পৰীক্ষা ১৬ জুনৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব ১৮ জুনত

নেচনেল টেষ্টিং এজেন্সি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা ১৬ জুনৰ পৰিৱৰ্তে ১৮ জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেচনেল টেষ্টিং এজেন্সিয়ে সেই দিনটোত অ’ এম আৰ পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰি...

April 29, 2024 8:25 PM

views 26

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে আন দলসমূহৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহা...

April 29, 2024 8:21 PM

views 29

গুৱাহাটীৰ খানাপাৰাত বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে গোপন সূত্ৰৰ পম খেদি খানাপাৰাৰ অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ উপৰি দুজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা মাদক দ্রব্য সৰবৰাহকাৰীয়ে গুৱাহাটীলৈ নিচাযুক্ত দ্ৰব্য অনাৰ সম্ভেদ লাভ কৰি বিশেষ টাস্ক ...

April 29, 2024 8:20 PM

views 20

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱ...

April 29, 2024 8:19 PM

views 23

নপামৰ মাধৱদেৱ শিশু নিকেতনত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সর্বাত্মক আইনী সজাগতা অনুষ্ঠান

অধিকাৰ আৰু দায়বদ্ধতা সন্দৰ্ভত স্কুলীয়া শিক্ষাৰ্থীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে যোৱা শুকুৰবাৰে নপামস্থিত মাধৱদেৱ শিশু নিকেতন বিদ্যালয়ত এটা সর্বাত্মক আইনী সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। নাৰ্চাৰীৰ পৰা দশম শ্রেণীলৈ দুই শতাধিক শিক্ষার্থীয়ে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।...