May 11, 2024 2:48 PM

views 41

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষত ভোটদানেৰে পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদাত সমৰ্থন ভাৰতৰ

■ ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদা প্ৰদানৰ সমৰ্থন আগবঢ়াইছে। ১৯৩ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত এখন জৰুৰী বিশেষ অধিৱেশনৰ বৈঠকত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ সপক্ষে ১৪৩...

May 11, 2024 2:40 PM

views 26

দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চপিয়ানৰ মালিক চক ক্ৰচিঙত থকা এটা নিৰীক্ষণ চকীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী আৰু সেনাবাহিনীৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে যুটীয়াভাৱে অভিযান চলাই এই সন্ত্রাসবাদী দুটাক আটক কৰে। স...

May 11, 2024 2:34 PM

views 39

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ ...

May 11, 2024 2:38 PM

views 28

আজি চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব

◆ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বা...

May 11, 2024 2:26 PM

views 37

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্...

May 11, 2024 11:24 AM

views 25

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, হায়দৰাবাদত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী ভাষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে...

May 11, 2024 11:18 AM

views 24

নতুন দিল্লীত নির্বাচন আয়োগক আই এন ডি আই মিত্ৰজোঁটৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

আই এন ডি আই মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নির্বাচন আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অভিষেক মনু সিংঘভিয়ে কয় যে, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে ১,৫০০ৰো অধিক আপত্তি উঠিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য ...

May 11, 2024 11:16 AM

views 20

নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠিত কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক সম্পন্ন

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামর্থ বিকাশ, প্ৰশিক্ষণ নীতি, বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনত অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্...

May 11, 2024 11:14 AM

views 31

আফগানিস্তানত আকস্মিক বানত কমেও ৫০জন লোকৰ মৃত্যু

আফগানিস্তানত হোৱা আকস্মিক বানৰ ফলত কমেও ৫০জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০জনতকৈ অধিক লোক আহত হৈছে। দেশখনৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে, বাঘলন প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ বাবে ৫খনকৈ জিলা ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন বিভাগৰ বিষয়া এদয়াতুল্লা হামর্দাডে কয় যে, বানত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ...

May 11, 2024 11:13 AM

views 23

কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে নাগালেণ্ডৰ ডিমাপুৰত বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাই উত্তৰ-পূবৰ লোকসকলৰ সন্দৰ্ভত কৰা বিতর্কিত মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কালি নাগালেণ্ডৰ ডিমাপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ-পূবৰ লোকসকল দেখিবলৈ চীনা মানুহৰ দৰে বুলি মন্তব্য কৰিছিল। সমান্তৰালকৈ ভাৰতৰ বিভিন্ন প্ৰা...