May 13, 2024 11:26 AM

views 27

কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জাগীৰোড বিধানসভা সমষ্টিৰ তেলাহীৰ পৰা ৰহা বিধানসভা সমষ্টিৰ জোঙালবলহু গড়লৈকে কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰহা চকী অঞ্চলৰ কলং নৈৰ সোঁকাষৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত লোকনিৰ্মাণ আৰু জলসম্পদ...

May 13, 2024 11:20 AM

views 26

অসম প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলো ধৰণৰ সাজু : মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলোধৰণে সাজু হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে প্ৰতিৰক্ষা উদ্যোগ নীতিৰ নতুন সংস্কৰণ আৰম্ভ কৰাৰ বাবে ৰাজ্যই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’লিয়াম শোধন আৰু ছেম...

May 13, 2024 11:11 AM

views 30

আই পি এল ক্রিকেটত ডেলহী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দে...

May 13, 2024 11:06 AM

views 15

পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ অংশগ্রহণ

এই আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাৰ্ট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্ত...

May 13, 2024 11:02 AM

views 17

দিল্লীৰ বোমা বিস্ফোৰণৰ ভাবুকিক দুষ্ট চক্ৰৰ উৰা বাতৰি হিচাপে অভিহিত

দিল্লী অগ্নিনির্বাপক বাহিনীয়ে দিল্লীৰ বোমা বিস্ফোৰণৰ ভাবুকিক দুষ্ট চক্ৰৰ উৰা বাতৰি হিচাপে অভিহিত কৰিছে। উল্লেখযোগ্য যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, মংগলপুৰী অঞ্চলৰ সঞ্জয় গান্ধী হাস্পতাল আৰু বুৰাৰীৰ চৰকাৰী চিকিৎসালয়লৈ কালি কোনো দুষ্টচক্রই ইমেইল কৰি অনুষ্ঠান কেইখন বোমাৰে উৰুৱাই দিয়া...

May 13, 2024 10:59 AM

views 20

ভাৰতৰ উন্নয়নৰ বাবে দেশৰ পূব প্ৰান্তৰৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ উন্নয়নৰ বাবে দেশখনৰ পূব প্ৰান্তৰৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠাৰ সৈতে হোৱা কথা বতৰাত নৰেন্দ্ৰ মোদীয়ে কয় যে পূব ভাৰতক উন্নয়নৰ ইঞ্জিন হিচাপে ৰূপান্তৰিত কৰা উচিত। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে...

May 13, 2024 10:55 AM

views 30

কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় : ৰাহুল গান্ধী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে, কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰি শ্রীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে প্ৰচাৰ অভিযানৰ সময়ত শাসকীয় দলে কর্ম সংস্থাপনহীনতাৰ ওপৰত আলোকপাত নকৰা বুলি অভি...

May 13, 2024 10:51 AM

views 27

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। ইয়াৰ পূৰ্বে শ...

May 13, 2024 10:45 AM

views 38

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৬টা...

May 12, 2024 8:50 PM

views 27

১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উ...