May 17, 2024 12:35 PM

views 32

অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে নির্বাচন আয়োগৰ কঠোৰ স্থিতি গ্ৰহণ

নির্বাচন আয়োগে অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে লগতে গৃহ মন্ত্ৰ্যালয়ক ভোট গণনাৰ পাছতো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৫টা কোম্পানীক অন...

May 17, 2024 12:33 PM

views 31

এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাত নিখত জাৰিন ফাইনেলত প্ৰৱেশ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ নিখত জাৰিনে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাৰ মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি নিখটে আয়োজক দেশৰ টমিৰিছ মাইজাকুলৰ বিৰুদ্ধে ৫-০ গেমত বিজয় সাব্যস্ত কৰে। নিখটৰ উপৰি ৪৮ কিল'গ্রাম ওজন শাখাত মিনাক...

May 17, 2024 12:30 PM

views 24

১৯ মে’ত গুৱাহাটীত হ’বলগীয়া টি-২০ ক্রিকেট খেলখনৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ অহা ১৯ মে’ত হ'বলগীয়া টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ন...

May 17, 2024 12:28 PM

views 30

আই পি এল ক্রিকেটত আজি ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাত প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইট...

May 17, 2024 12:25 PM

views 19

২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাত মেহদি হাছানৰ সোণৰ পদক অৰ্জন

ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ পুৰুষৰ ১৫০০ মিটাৰ দৌৰত অসমৰ মেহদি হাছানে সোণৰ পদক অৰ্জন কৰে। দৌৰ প্রতিযোগিতাত মেহদি হাছানে এহেজাৰ ৫০০ মিটাৰ ৩ মিনিট ৪২ ছেকেণ্ড ৮২ মিলিছেকেণ্ডত সম্পূৰ্ণ কৰে।

May 17, 2024 12:22 PM

views 23

উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কালি ৩২২ গৰাকী হজযাত্রী লৈ এখন বিশেষ বিমান সন্ধিয়া ৬ বজাত চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা হয়। অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ এই প্ৰথমটো দল লৈ বিমানখনে যাত্ৰা কৰে।

May 17, 2024 12:20 PM

views 34

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত আছে। কালিৰ দিনটোত ৰাজ্যখনৰ তাপমাত্রা আছিল ৩৬ ডিগ্রী ছেলচিয়াছ। যদিও ঠায়ে ঠায়ে তাপমাত্র ৪২ ডিগ্রী পর্যন্ত অনুভৱ হৈছিল। আজিৰ দিনটোত ৩৫ ডিগ্রী পর্যন্ত তাপমাত্র অনুভৱ হব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। বিভাগে অহা সোমবাৰ পৰ্যন্ত ছিকিম, অৰুণ...

May 17, 2024 12:18 PM

views 29

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কালি গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট...

May 17, 2024 12:16 PM

views 29

২০ মে’ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা সমষ্টিৰ বাবে শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে'ত ভোটগ্রহণ হ'বলগীয়া ৪৯টা সমষ্টিৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতাসকলে অন্তিম প্রয়াস চলাইছে। ইফালে, ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নে...

May 16, 2024 8:48 PM

views 35

লোকসভা নিৰ্বাচনৰ ৫ম-৬ষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ সভা

লোকসভা নিৰ্বাচনৰ ২০ মে'ত ৪৯টা সংসদীয় সমষ্টিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পৰহিলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আনহাতে, ২৫ মে'ত হ’বল...