November 26, 2025 9:06 PM

views 18

সমগ্র শিক্ষা সোণাৰী শিক্ষা খণ্ডৰ উদ্যোগত চৰাইদেউ জিলাৰ কচুমাৰীত  বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্রী প্রদর্শন আৰু প্রতিযোগিতা

সমগ্র শিক্ষা সোণাৰী শিক্ষা খণ্ডৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্রী প্রদর্শন আৰু প্রতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলৰ মাজত সৃষ্টিশীলতা আৰু নতু...

November 26, 2025 8:59 PM

views 18

অসমৰ বিভিন্ন জিলাত সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্রস্তাবনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষীয়ে আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব প...

November 26, 2025 8:55 PM

views 11

অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ছহিদ দিৱসৰ প্ৰস্তুতিৰ আলোচনা

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিয়লি দিছপুৰৰ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত এখন বৈঠকত ছহিদ দিৱসৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলক যথোচিত সন্মান প্রদান আৰু আসন্ন ছহিদ দিৱসৰ কাৰ্যসূচী সুচাৰুৰূপে পালনৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়। অসম চুক্তি ৰূপ...

November 26, 2025 8:49 PM

views 14

পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন ...

November 26, 2025 8:46 PM

views 43

গোৱাৰ পানাজীত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্রিয় চলচ্চিত্র ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি ...

November 26, 2025 8:42 PM

views 14

ৰাজ্যৰ মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদানঃ মন্ত্রী কৌশিক ৰায়

ৰাজ্যত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদান কৰা হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে আজি বিধানসভাত প্রশ্নোত্তৰ কালত এইকথা সদৰী কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় খাদ্য সু...

November 26, 2025 8:30 PM

views 23

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ২-০ৰ ব্যৱধানত দক্ষিণ আফ্রিকাৰ জয়লাভ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত ২-০ৰ ব্যৱধানত জয়লাভ কৰিছে। গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত দুখনীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আলহী দলটোৱে ভাৰতক ৪০৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতে দ্বিতীয় ইনিংছত ৫৪৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আজি অন্তিম দিনা ১৪০ ৰানহে কৰিবলৈ সমর্থ হয়।...

November 26, 2025 8:26 PM

views 29

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা বিধবংসী বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ সুমাত্ৰাত বানে কঢ়িয়াই অনা বোকা, শিল আৰু গছ-গছনিয়ে বহুকেইখন পার্বত্য গাঁও উটুৱাই লৈ যায়। উদ্ধাৰকাৰী বাহিনীয়ে উত্তৰ সুমাত্ৰাৰ ছ...

November 26, 2025 8:22 PM

views 29

ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে

ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্য, স্বাস্থ্য আৰু ভেষজ, ডিজিটেল প্রযুক্তি, কৃষি আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ভেনিজুবেলা, বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শৰ পঞ্চমখন বৈঠকত আজি দুয়োখন দেশে এই ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। বৈ...

November 26, 2025 8:16 PM

views 31

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ৰ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আয়োজন

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ে মাইগভৰ সহযোগত সকলো নাগৰিকৰ বাবে বিশেষকৈ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে তিনিটা প্রতিযোগিতাৰ শিতান মুকলি কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতি সন্মান তথা দেশপ্ৰেমৰ ভাৱনাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিযোগিতাৰ ভিতৰত চিত্রাংকন, ৰচনা, গান ...