December 6, 2025 11:31 AM

views 26

ভাৰত আৰু ৰাছিয়াৰ মাজত ১৬ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু ৰাছিয়াই প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত ১৬ খন চুক্তিত কালি স্বাক্ষৰ কৰে। নতুন দিল্লীত ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন যুটীয়া সংবাদমেলত কয় যে, ভাৰ...

December 5, 2025 8:11 PM

views 24

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

December 5, 2025 8:08 PM

views 18

ভাৰতীয় ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট ৫ দশমিকৰ পৰা ২-৫ শতাংশলৈ হ্রাস

ভাৰতীয় ৰিজার্ভ বেংকে আজি ৰেপ' ৰেট হ্রাস কৰি ৫ দশমিক ২-৫ শতাংশ কৰিছে। ফলস্বৰূপে এছ ডি এফৰ হাৰ ৫ শতাংশ আনহাতে এম এছ এফৰ হাৰ ৫ দশমিক ৫ শতাংশ নির্ধাৰণ কৰিছে। আজি মুম্বাইত ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয় যে মুদ্রানীতি সমিতিয়ে সর্বসম্মতিক্রমে ৰেপ ৰেট হ্রাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ আৰু কয় যে...

December 5, 2025 8:06 PM

views 18

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কৰ লক্ষ্য হৈছে- পাণ মচলা আৰু ধপাতৰ পৰা উৎপাদিত সামগ্ৰীৰ ওপৰত আৰোপ কৰা উপকৰৰ পৰা আহৰণ কৰা ধন জনস্বাস্থ্য আৰু ৰাষ্টীয় নিৰাপত্তাৰ বাবে ব্যয় কৰা। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে এই বিধেয়ক সন্দৰ্ভত কয়, যে স্...

December 5, 2025 8:03 PM

views 20

দেশৰ ৰে’ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্রকাশ

দেশৰ ৰে'ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি প্রকাশ কৰিছে। তেওঁ কয়, যে ২০০৪ ৰ পৰা ২০১৪ চনৰ ভিতৰত ১৭১ টা ৰেল দুর্ঘটনা সংঘটিত হৈছিল। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰে'ল দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যভাত এটা প্...

December 5, 2025 8:01 PM

views 35

অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান কৰিব। অনুষ্ঠানত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে...

December 5, 2025 7:58 PM

views 46

ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ

ভাৰত আৰু ৰাছিয়াই আজি প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত অনুষ্ঠিত ২৩ সংখ্যক ভাৰত ৰাছিয়া বার্ষিক সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুটীয়াভাবে সংবাদমাধ্যমক সম...

December 5, 2025 7:56 PM

views 17

হায়দৰাবাদ হাউছত প্রধানমন্ত্রী আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউছত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখন...

December 5, 2025 7:25 PM

views 18

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজ সহযোগত বিহিমপুৰ সত্ৰৰ ৰংগমঞ্চ প্ৰাংগণত কালিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

December 5, 2025 7:23 PM

views 13

কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ জাতীয় ফল ৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্রযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গবেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ত্রিনিতি ফুক্তা প্রাইভে...