September 22, 2024 5:58 PM

views 31

নদী সুৰক্ষাৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰ বিশ্ব নদী দিৱস হিচাপে পালন

আজি বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰৰ ছেপ্তেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। মানৱ সভ্যতা অতিজৰে পৰা নদী কেন্দ্ৰীক আৰু ইয়েই জনসাধাৰণৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত সহায় কৰি আহিছে। সম্প্রতি জনসংখ্যা বিস্ফোৰণ, আধুনিকতা আৰু আন্তঃগাথনি নিৰ্মাণৰ বাবে বিভ...

September 22, 2024 8:36 PM

views 29

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে প্ৰথমে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত সত্ৰখন পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰে। ই...

September 22, 2024 12:25 PM

views 15

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ২৮০ ৰাণত জয়ী

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ২৮০ ৰাণত জয়ী হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি চতুর্থ দিনা বাংলাদেশে নিজৰ দ্বিতীয় ইনিংছত ২৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবীচন্দ্ৰন অশ্বিনে দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰে। ইয়াৰ জৰিয়তে টেষ্টৰ ...

September 22, 2024 12:23 PM

views 35

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই  এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে প্রথমে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ সত্ৰশালৰ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈ...

September 22, 2024 12:20 PM

views 17

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

আজি বিশ্ব গঁড় দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে আজিৰ দিনটোত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে বিগত বছৰসমূহত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত হৈছে বৃহৎ সংখ্যক এটা খড়্গযুক্ত ...

September 22, 2024 11:55 AM

views 32

বুডাপেষ্ট ডবা অলিম্পিয়াডৰ মুকলি শাখাত আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ডবা অলিম্পিয়াডৰ মুকলি শাখাত কালি ভাৰতে আমেৰিকাক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে বিশ্বৰ ২ নম্বৰ স্থানত থকা আমেৰিকান খেলুৱৈ ফেবিয়ানো কাৰুআনাক পৰাস্ত কৰাৰ বিপৰীতে অর্জুনে লেইনিয়াৰ ডমিংগেজ পেৰেজৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। অৱশ্যে ভাৰতৰ প্ৰাগনানন্দা ৱেছলী ছ'ৰ...

September 22, 2024 11:47 AM

views 22

২৯ ছেপ্তেম্বৰত আকাশবাণীৰ ১১৪ সংখ্যক  মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰ...

September 22, 2024 11:44 AM

views 17

আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ সদস্যসকলৰ সৈতে  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ সদস্য সকলৰ সৈতে লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়। এই বৈঠকত সংস্থাপন আৰু অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত বিভিন্ন দিশ সম্পর্কে আলোচনা কৰা হয়। বৈঠকত উগ্ৰপন্থী সংগঠনটোৰ আত্মসমৰ্পণকাৰী সদস্যসকলক স্ব- নিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰে গ...

September 22, 2024 11:38 AM

views 16

যোৰহাটৰ নতুন আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী সভা অনুষ্ঠিত

যোৰহাটৰ নতুন আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন কৰ্মচাৰী সভা অনুষ্ঠিত কৰা হয়। জিলাখনত চলি থকা উন্নয়নমূলক কাম-কাজসমূহৰ পর্যালোচনা কৰাৰ লগতে জিলাখনৰ বিভিন্ন দিশৰ বিষয়ে নৱনিযুক্ত আয়ুক্তক অৱগত কৰা হয়। সভাখনত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয...

September 22, 2024 11:35 AM

views 6

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত...