September 27, 2024 1:26 PM

views 10

গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত আজি প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান

আধুনিক অসমীয়া সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান আজি বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'ব। শ্রীশ্রীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ...

September 27, 2024 1:24 PM

views 31

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 27, 2024 1:23 PM

views 38

ছত্তিশগড়ত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাৰ সোণৰ পদক অৰ্জন

ছত্তিশগড়ৰ ভিলাইত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাই ৮১ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। ইফালে মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত মনালিছা সোণোৱালে সোণৰ আৰু ৮৭ কিলোগ্রাম ওজন শাখাত মধুস্মিতা বৰুৱাই ৰূপৰ পদক লাভ কৰিছে ।

September 27, 2024 1:21 PM

views 26

কাণপুৰত ভাৰত-বাংলাদেশৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন মেচ আৰম্ভ

ভাৰত আৰু বাংলাদেশৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি কাণপুৰৰ গ্ৰীণ পার্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত আলহী দলক পৰাস্ত কৰাৰ পাচত ভাৰতে শৃংখলাটো ২-০ ফলাফলেৰে হস্তগত কৰাৰ আপ্রাণ প্ৰয়াস কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আইৰ ...

September 27, 2024 1:20 PM

views 14

পুণেত প্ৰধানমন্ত্ৰী মোদীৰ ৩টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। তিনিওটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযানৰ অধীনত প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে থলুৱাভাৱে বিকশাই তোলা হৈছে। প্র...

September 27, 2024 1:18 PM

views 32

বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত

চলিত বৰ্ষৰ বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই বিষয়ে প্রকাশ কৰি কৈছে যে মধ্য আৰু দক্ষিণ এছিয়া অঞ্চলসমূহৰ ভিতৰত ভাৰতে শীর্ষ স্থান দখল কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীগোৱেলে প্রধানমন্ত্ৰী ...

September 27, 2024 1:17 PM

views 16

ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশত পৰিগনিত হৈছেঃ প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোগীয়ে কৈছে যে ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশ হিচাপে পৰিগনিত হৈছে। নতুন দিল্লীৰ অনুষ্ঠিত দুদিনীয়া ভাৰত চেনি আৰু জৈৱ-শক্তি সন্মিলন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চেনি উদ্যোগ কেৱ...

September 27, 2024 1:16 PM

views 40

জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটাদাতাক আকৰ্ষণ কৰিবলৈ সক্রিয় কাম-কাজ অব্যাহত ৰাখিছে। নিৰ্বাচনৰ প্ৰথম দুটা পর্যায় বিগত ১৮ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। সামগ্ৰিকভাৱে শান্তিপূৰ্ণ ৰূপত সম্পন্ন হোৱা এই দুটা পৰ্যা...

September 27, 2024 1:15 PM

views 12

ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক চৰকাৰৰ

চৰকাৰে ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক কৰিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষকে ধৰি স্পৰ্শকাতৰ ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য উদঙাই থকা কিছুমান ৱেবছাইট চিনাক্ত কৰিছে। আধাৰ আইন ২০১৬ৰ ধাৰা ২৯(৪)ৰ অধীনত আধাৰৰ তথ্য...

September 27, 2024 1:13 PM

views 17

পেৰুত হ’বলগীয়া আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১জনীয়া দলৰ অংশগ্ৰহণ

পেৰুৰ লিমাৰ লাছ পালমাছ শ্বুটিং ৰেঞ্জত আজিৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১ জনীয়া দলে অংশগ্ৰহণ কৰিছে। প্রতিযোগিতাৰ এই চতুর্থ সংস্কৰণত ভাৰতে ২১ বছৰ অনূৰ্ধ্ব শাখাত পিষ্টল, ৰাইফল আৰু শ্বটগান শিতানত অংশগ্রহণ কৰিব। প্ৰতিযোগিতাত অলিম্পিক আৰু নন্-অলিম্পি...