September 28, 2024 10:28 AM

views 27

তেলেংগানাত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি এদিনীয়া ভ্রমণসূচীৰে তেলেংগানালৈ যাব। ভ্ৰমণৰ অংশহিচাপে ৰাষ্ট্ৰপতিয়ে হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহত ভাগ ল'ব। শ্ৰীমতী মুর্মুৱে ছিকন্দ্ৰাবাদত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। ৮ দিনীয়াকৈ হ'বলগীয়া এই কলা মহ...

September 27, 2024 8:06 PM

views 27

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ছ'লক অঞ্চলৰ নাগাৰি ছুংগাই আবুত এই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে, দুর্গত লোকসকল...

September 27, 2024 8:00 PM

views 30

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬.৫%ৰ পৰা ৭% অৰ্জনৰ লক্ষ্য স্থিৰ কেন্দ্ৰৰ

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬ দশমিক ৫ শতাংশৰ পৰা ৭ শতাংশ অৰ্জনৰ লক্ষ্য স্থিৰ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে কালি আগষ্ট মাহৰ বিত্তীয় সমীক্ষা অনুসৰি এই কথা প্ৰকাশ কৰিছে। চলিত বিত্তীয় বৰ্ষত প্রথম ত্রিমাষিকত কৃষিখণ্ডক বাদ দি আন গুৰুত্বপূৰ্ণ খণ্ডসমূহত ৫ শতাংশৰো অধিক বৃদ্ধি হৈছে। আগষ্ট মাহ...

September 27, 2024 7:53 PM

views 27

জনসাধাৰণৰ কল্যাণৰ বাবে আয়ুষ মন্ত্ৰ্যালয় দায়বদ্ধ : মন্ত্ৰী প্ৰতাপৰাও যাধৱ

আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে আজি কৈছে যে, জনসাধাৰণৰ কল্যাণৰ বাবে মন্ত্ৰ্যালয় দায়বদ্ধ। নতুন দিল্লীত আজি মন্ত্ৰালয়ৰ বিগত ১০০ দিনৰ সাফল্যৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, গোলকীয় স্বাস্থ্য ব্যৱস্থাক আয়ুষক অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে পৰম্প...

September 27, 2024 7:49 PM

views 38

তাস্কেণ্টত ভাৰত-উজবেকিস্তানৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু উজবেকিস্তানে তাস্কেণ্টত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু উজবেকিস্তানৰ উপ-প্রধানমন্ত্রী খোদজায়েভ জমছেদ অব্দুখা কিমৱিচে এই চুক্তি স্বাক্ষৰ কৰে। দ্বিপাক্ষিক বিনিয়োগ চুক্তি অনুসৰি দুয়োখন দেশে উভয় দেশৰ বিনিয়োগকাৰীক নিজৰ দেশত সুৰক্ষাৰ ক্ষেত্ৰত ...

September 27, 2024 7:41 PM

views 38

ভাৰত-বাংলাদেশৰ দ্বিতীয়খন ক্রিকেট টেষ্টৰ বৰ্ষাবিঘ্নিত প্ৰথম দিনৰ অন্তত বাংলাদেশৰ ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ

কানপুৰৰ গ্রীণ পাৰ্কত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দ্বিতীয়খন ক্রিকেট টেষ্ট মেছত বৰ্ষাবিঘ্নিত প্ৰথম দিনাৰ খেলৰ অন্তত বাংলাদেশে ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ কৰে। প্ৰৱল বৃষ্টিপাতৰ বাবে প্ৰথম দিনাৰ খেল বন্ধ হোৱাৰ সময়ত বাংলাদেশৰ মমিনুল হকে ৪০ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি ক্ৰীজত আছে। ইয়াৰ পূৰ্বে...

September 27, 2024 7:35 PM

views 15

গুৱাহাটীৰ জনতা ভৱনত মন্ত্রী অশোক সিংহালৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসম্পদ মন্ত্রী অশোক সিংহালে আজি তেওঁৰ অধীনৰ বিভাগত ৰূপায়ণ হৈ থকা কেইবাটাও প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। গুৱাহাটী জনতা ভৱনত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জলবোর্ড, প্রধানমন্ত্রী আবাস যোজনা-নগৰাঞ্চল আৰু গৃহ তথা নগৰ পৰিক্ৰমা বিভাগৰ উমৈহতীয়া প...

September 27, 2024 7:30 PM

views 18

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্...

September 27, 2024 7:16 PM

views 20

কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী ...

September 27, 2024 7:11 PM

views 13

আজি বিশ্ব পৰ্যটন দিৱস, শিল্প শিতানত অসমৰ শুৱালকুছি শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ

আজি বিশ্ব পৰ্যটন দিৱস। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আজি সেই অনুসৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্যটন মন্ত্ৰ্যালয়ে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা ২০২৪ত অসমৰ শুৱালকুছিয়ে শিল্প শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে। ...