October 3, 2024 12:19 PM

views 28

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমানৰ উৰণত বিলম্ৱ

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমান ভ্রমণত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে। ফ্লাইটৰাডাৰ-24ৰ তথ্য অনুসৰি, বিশ্বজুৰি বিমান পথৰ পৰিৱৰ্তন বা বিমান বাতিল কৰিবলগীয়া হোৱাৰ বিপৰীতে লেবানন, ইজৰাইল আৰু কুৱেইটৰ আঞ্চলিক বিমানবন্দৰসমূহত দীৰ্ঘসময়লৈ উৰণ বিলম্ব কৰিবলগীয়া হৈছে। ইপিনে শেহ...

October 3, 2024 12:16 PM

views 25

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি পাইছে। আমেৰিকাৰ দক্ষিণ প্ৰান্তত এতিয়াও শ শ লোক নিৰুদ্দেশ হৈ আছে। কেৱল উত্তৰ কেৰ'লিনাত কমেও ৯০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি জ' বাইডেনে আজি উত্তৰ কেৰ'লিনা পৰিদৰ্শন কৰিব। প্ৰতিৰক্ষা বিভাগত ৰাষ...

October 2, 2024 8:42 PM

views 20

প্রধানমন্ত্ৰীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। প্ৰথমে এই সময়সীমা ১৭ চেপ্তেম্বৰৰ পৰা আজিলৈকে আছিল। চৰকাৰে জনসাধাৰণক এই ই নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ই-নিলামৰ পৰা সংগ্ৰহীত ধনৰাশি নমামি গংগে পুঁজিত ব্যৱহাৰ কৰ...

October 2, 2024 8:35 PM

views 27

সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতিনী সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰিছে। এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশিত PM modi living the Ideals of Mahatma Gandhi শীর্ষক প্ৰৱন্ধত শ্ৰীমতী কুলকার্ণীয়ে কৈছে যে, প্রধানমন্ত্ৰী হোৱাৰ পাছতে শ্...

October 2, 2024 8:33 PM

views 14

ঝাৰখণ্ডৰ হাজাৰিবাগত প্রধানমন্ত্ৰীৰ ৮৩, ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰিবাগত ৮৩ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই প্রকল্পসমূহৰ ভিতৰত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আছে যাৰ মুঠ ব্যয় হৈছে ৭৯ হাজাৰ ১৫০ কোটি টকা। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিৱাসী নয়া মহা অভিযান...

October 2, 2024 8:25 PM

views 23

অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন

গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ আজি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্য নির্বাহক সভাত এই বিষয়ে প্ৰকাশ কৰা হয়। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্ৰশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্র...

October 2, 2024 8:24 PM

views 40

ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা

অহা ১১ অক্টোবৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ঝাৰখণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা কৰিছে। ডেনিছ দাসৰ অধিনায়কত্বত গঠন কৰা এই দলটোত সুমিত ঘাড়ি গাউকাৰ আৰু ৰুহিনন্দন পেগুক উইকেট কীপাৰ হিচাপে ৰখা হৈছে। ...

October 2, 2024 8:22 PM

views 34

আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ

সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহত কাইলৈ আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত কাইলৈ বাংলাদেশ-স্কটলেণ্ডৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসাৰে বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। আনহাতে, কাইলৈ দ্বিতীয়খন খেলত পাকিস্তান-শ্রীলংকাৰ বি...

October 2, 2024 8:20 PM

views 14

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ জিলা দিৱস উদযাপন

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে একাধিকবাৰ মানচিত্ৰ সলনি হোৱা লখিমপুৰ জিলাখন ১৯৭১ চনৰ ২ অক্টোবৰত পুনৰ গঠন কৰা হৈছিল। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাকে ধৰি জিলাৰ আয়ুক্ত তথা জ্যেষ...

October 2, 2024 8:19 PM

views 14

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানৰ স্বচ্ছতাই সেৱা অভিযানৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানে দুসপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা স্বচ্ছতাই সেৱা অভিযানৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ সঞ্চালক ডº নীতিন কুলকানীয়ে আজি জাতিৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অনাময় ব্যৱস্থাই লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ ...