October 3, 2024 8:01 PM

views 15

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আসনত ড০ বাবুল চন্দ্র দাস অধিষ্ঠিত

ড০ বাবুল চন্দ্র দাসক আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আসনত অধিষ্ঠিত কৰা হয়। সত্ৰখনৰ ২৬ সংখ্যক বুঢ়াসত্ৰীয়াৰ অভিষেক অনুষ্ঠান উপলক্ষে আজি বৰপেটাৰ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়াগৰাকীক গায়ন-বায়ন আৰু সত্ৰৰ ভকতে আদৰি আনি ৰীতি অনুসৰি তেওঁৰ পৰা থানৰ বাতৰি লোৱাৰ লগতে ৰ...

October 3, 2024 7:59 PM

views 35

কাইলৈ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শ্ৰীমতী শোভা কৰাণ্ডলাজেৰ গুৱাহাটী ভ্ৰমণ

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শ্ৰীমতী শোভা কৰাণ্ডলাজেই কাইলৈ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ষষ্ঠ আঞ্চলিক বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত শ্রম সংস্কাৰ, অংসগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ, ভৱন আৰু অন্যান্য নিৰ্মাণ কাৰ্যত জড়িত শ্...

October 3, 2024 7:56 PM

views 28

দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পূজা সমিতিলৈ নিৰ্দেশনা জাৰি

সমাগত দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা সমিতিসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। পূজা সুকলমে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আৰক্ষী প্ৰশাসনৰ সৈতে মহানগৰীৰ পূজা সমিতিসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। সমিতিসমূহলৈ দিয়া নির্দেশনা অনুসৰি প্ৰতিখন পূজা মণ্ডপত ...

October 3, 2024 7:54 PM

views 17

ৰাজ্যত অবৈধভাৱে চলি থকা লটাৰীক নিষিদ্ধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধভাৱে চলি থকা লটাৰীক নিষিদ্ধ ঘোষণা কৰিছে। আজি ন্যায়ালয়ে নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অফলাইন তথা অনলাইন কোনো মাধ্যমতে লটাৰী অনুষ্ঠিত কৰিবলৈ যাতে অ...

October 3, 2024 7:48 PM

views 39

ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে : বিজেপি

বিজেপিয়ে আজি অভিযোগ কৰি কৈছে যে দিল্লীত কালি উৎখাত কৰা ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে অভিযোগ কৰি কয় যে যুৱ কংগ্ৰেছৰ তথ্য জনাৰ অধিকাৰ কোষৰ মুৰববীগৰাকী এই কাণ্ডৰ সৈতে জড়িত হৈ আছে। তেওঁ কংগ্ৰেছ নেতা দ্...

October 3, 2024 7:45 PM

views 21

লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ বাবে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটাৰেছে ইজৰাইল আৰু হিজবুল্লাৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ভাৰতে লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত কালি সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠকত শ্ৰী গুটাৰেছে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বা...

October 3, 2024 7:39 PM

views 34

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন

মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই কালি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্টাৰেছে কয় যে ইউক্রেইনৰ পৰা ছুডান, পশ্চিম এছিয়াকে ধৰি বিভিন্ন ধ্বংসাত্মক কার্যকলাপৰ মাজতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে মহাত্মা গান্ধীয়ে অস্ত্ৰ-শস্ত্ৰৰ ক্ষমতাৰ বি...

October 3, 2024 7:33 PM

views 19

জম্মু-কাশ্মীৰত ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পালন

কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পালন কৰা হৈছে। আজি পুৱাৰে পৰা জম্মু কাট্ৰাৰ বৈষ্ণুদেৱী মন্দিৰত ভক্তসকলে শ্রদ্ধা জ্ঞাপন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে জম্মু-কাশ্মীৰৰ ৰিছি জিলাৰ ত্ৰিকুটা পাহাৰৰ পৱিত্ৰ গুহাত থকা বৈষ্ণুদেৱী মন্দিৰত মা-দুর্গা, মহাকাল...

October 3, 2024 7:29 PM

views 16

নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে দুৰ্গতিনাশিনীৰ বন্দনাৰ এনেধৰণৰ পৱিত্ৰ উৎসৱে সকলোৰে বাবে বিশেষ তাৎপৰ্য বহন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৱৰাত্ৰিৰ প্ৰথম দিনটো মা শৈলপুত্ৰীক প্রার্থ...

October 3, 2024 7:12 PM

views 13

আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতে আজি ১০ বছৰ সম্পূৰ্ণ কৰে। ২০১৪ চনৰ আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি জনসাধাৰণৰ মনৰ ভাব ব্যক্ত কৰিছিল। এই ১০ বছৰৰ যাত্ৰাত প্রধানমন্ত্ৰীয়ে সামাজিক, সাংস্কৃতিক, পৰিৱেশ আৰু আচৰণ আদিৰ বিষয়স...