October 22, 2024 3:26 PM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত হৈছে। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্রী মোদীয়ে কয় যে, ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ ...

October 22, 2024 3:24 PM

views 18

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট...

October 22, 2024 3:15 PM

views 11

টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেটত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ পৰাস্ত

ভাৰতীয়-এ দলে কালি আল এমেৰাটত অনুষ্ঠিত পুৰুষৰ টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও দলটোৱে ১৯টা বল বাকী থকা অৱস্থাত ১০৭ ৰানত আটাইকেইটা উইকেট হেৰু...

October 22, 2024 3:03 PM

views 11

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ পুনে আৰু মুম্বাইত হ'বলগীয়া পৰৱৰ্তী দুখন খেলৰ বাবে অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ নিৰ্বাচক কমিটীয়ে এই ঘোষণা কৰিছে।

October 22, 2024 2:58 PM

views 24

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

কংগ্ৰেছে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি মন্ত্ৰী ৰামেশ্বৰ ওৰাৱনে লোহাড়দাগা আৰু দলৰ জ্যেষ্ঠ ডা০ অজয় কুমাৰে জামছেদপুৰ পূব বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ঝাৰখণ্ডৰ মন্ত্ৰী ডা০ ইৰফান আনছাৰীক ...

October 22, 2024 2:57 PM

views 11

মুম্বাইত দেবেন্দ্ৰ ফাড়নাৱিছৰ সৈতে মন্ত্ৰী ৰামদাস আঠাৱালৰ নিৰ্বাচন প্ৰসংগত আলোচনা

ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী ৰামদাস আঠাৱালেই কালি মুম্বাইত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাড়নাৱিছৰ সৈতে আসন্ন বিধানসভা নিৰ্বাচনত আসনৰ ভাগ- বটোৱাৰাক লৈ আলোচনা কৰে। মহাৰাষ্ট্ৰৰ সৈতে জড়িত ভালেমান ৰাজনৈতিক তথা উন্নয়নমূলক আলোচনাই বৈঠকত স্থান পায়...

October 22, 2024 2:56 PM

views 20

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্রথমখন প্রার্থী তালিকা প্রকাশ

ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। দলটোৱে কল্যাণ কৰেল সমষ্টিৰ পৰা ৰাজু পাৰ্টিলক আৰু থানে সমষ্টিৰ পৰা অবিনাশ যাদৱক প্ৰক্ষেপ কৰিছে।

October 22, 2024 2:48 PM

views 28

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র'নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি...

October 22, 2024 2:44 PM

views 31

প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৈঠক

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি নবান্নাত থকা ৰাজ্যিক সচিবালয়ত প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰ ভুক্তভোগীৰ বাবে ন্যায় প্ৰদানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত কনিষ্ঠ চিকিৎসকসকলে তে...

October 22, 2024 11:33 AM

views 25

ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ

■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ ...