October 30, 2024 12:13 PM

views 35

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি অহা ১ নৱেম্বৰৰ পৰা মুকলি হ'ব। যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগে জীপ ছাফাৰি মুকলি কৰিছিল। ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকক হাতী ছাফাৰি কৰাবলৈ উদ্যান কৰ্তৃপক্ষই প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।

October 30, 2024 12:12 PM

views 14

ৰাজ্য চৰকাৰৰ ২৮ অক্টোবৰৰ পৰা ‘তদাৰকী সজাগতা সপ্তাহ’ উদযাপন

ৰাজ্য চৰকাৰে সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি শ্লোগানেৰে ২৮ অক্টোবৰৰ পৰা তদাৰকী সজাগতা সপ্তাহ ২০২৪ উদযাপন কৰিছে। প্ৰশাসন ব্যৱস্থা নিকা কৰা তথা দুর্নীতি পৰায়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰি থকা হৈছে। এই পৰিপ্ৰেক্ষিতত এখন বিজ্ঞপ্তিৰ জৰিয়তে চৰকাৰী বিষয়...

October 30, 2024 12:10 PM

views 24

ভাৰত-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেটৰ শৃংখলা দখল ভাৰতীয় মহিলা দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৩৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি স্মৃতি মান্ধানাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু দুটা বলত চাৰিটা উইকেট হেৰুৱ...

October 30, 2024 12:08 PM

views 24

ৰোহন বোপন্না-মেথিউ এবডেনৰ যুটি পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰেভ আৰু ব্ৰাজিলৰ মাৰ্ছেলো মেলোৰ যুটিটোক ৬-৪, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইপিনে...

October 30, 2024 12:06 PM

views 13

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ পৰিচালনা সন্দৰ্ভত বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সফল পৰিচালনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জিলাখনত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত যোৰহাটৰ আৰক্ষী অ...

October 30, 2024 12:05 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। তেওঁ একতা নগৰত ২৮০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাই এই প্ৰকল্পৰ...

October 30, 2024 12:04 PM

views 10

ভাৰত-ছৌদি আৰবৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ছৌদি আৰবত উপস্থিত বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ছোদি আৰবৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষৰে ছৌদি আৰবত উপস্থিত হৈছেগৈ। দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰীগৰাকী কালি ৰিয়াধত উপস্থিত হয় । আমাৰ পশ্চিম এছিয়াৰ সংবাদদাতাই জনোৱা মতে মন্ত্ৰী পিয়ুষ গোৱেলে ৰিয়াধত অনুষ্ঠিত ভৱিষ্যত বিনিয়োগ পদ...

October 30, 2024 12:03 PM

views 29

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ আগ্ৰহী হামাছ

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ বাবে হামাছে আগ্ৰহ প্ৰকাশ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কালি কয় যে এই চুক্তিৰ বাবে কিছুমান নির্দিষ্ট চর্ত থাকিব। ইয়াৰ ভিতৰত সমগ্ৰ গাজা ষ্ট্রিপৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা, অৱৰোধ প্ৰত্যাহাৰ কৰা, আৰু সাহায্য, সমৰ্থন আৰু আশ্ৰয়ৰ ব্যৱস্থ...

October 29, 2024 8:09 PM

views 24

ৰাষ্ট্ৰপতি ভৱনত শিল্পকৰ্মৰ প্ৰদৰ্শনী পৰিদৰ্শন শ্রীমতী দ্রৌপদী মুৰ্মুৰ

আজি ৰাষ্ট্ৰপতি ভৱনত শিল্পীসকলৰ এটা দলে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। যোৱা কেইবাদিনো ধৰি ৰাষ্ট্ৰপতি ভৱনত বাহৰ পাতি থকা শিল্পীসকলে আগবঢ়োৱা শিল্পকৰ্মৰ প্ৰদৰ্শনী এখন ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিদৰ্শন কৰে। শিল্পীসকলৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি তেওঁ কয় যে, এই শিল্পকৰ্মসমূহে মানৱ আৰু প্ৰকৃতিৰ মাজ...

October 29, 2024 8:01 PM

views 23

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। এই পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বৰ্তমানলৈকে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কাইলৈ মনোনয়ন সমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰ পর্যন্ত মন...