October 31, 2024 5:32 PM

views 29

২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী সংস্থা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৬৩ গৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান কৰা হৈছে। বিশেষ অভিযান, তদন্ত, গোপন আৰু ফৰেণচিক বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাৰ্যক মান্যতা প্ৰদান কৰাৰ লগতে উচ্চ পে...

October 31, 2024 5:29 PM

views 23

উৎসৱৰ বতৰত ৰে’ল যাত্ৰীৰ সুবিধার্থে সমগ্ৰ দেশতে ভাৰতীয় ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ভাৰতীয় ৰে'লৱেই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে'ল যাত্ৰীসকলৰ সুবিধার্থে সমগ্ৰ দেশতে বিশেষ ৰে’ল সেৱা চলাই আছে। প্ৰতিবছৰে ৰে'লত ভ্ৰমণ কৰা লাখ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধাৰ্থে ৰে'লৱেই এই বিশেষ ৰে'ল সেৱা চলাই আহিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ ২,৮০০ খন বিশেষ ৰে'লৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ত ...

October 31, 2024 5:25 PM

views 22

প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি দিৱস উপলক্ষে দেশবাসীৰ স্মৰণ

দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে দিল্লীৰ শক্তিস্থলত ইন্দিৰা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইন্দিৰা গান্ধী স্মাৰকটো এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কংগ্ৰেছৰ সভাপত...

October 31, 2024 12:21 PM

views 20

ভাৰতৰ মানসী অহলাবটৰ আলবেনিয়াত অনুষ্ঠিত ২৩ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মানসী অহলাবটে আলবেনিয়াৰ তিৰানাত অনুষ্ঠিত ২৩ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মানসীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত ২৩ বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ সোণৰ পদক বিজেতা সোলমিয়া ভিন্নিক ৪-০ ফলাফলত পৰাস্ত কৰে।

October 31, 2024 12:19 PM

views 17

একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম...

October 31, 2024 12:08 PM

views 18

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ জাৰ্মানীত অনুষ্ঠিত হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়ুষ চেট্টীয়ে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ফিনলেণ্ডৰ জোকিম অ'ল্ডফ'ৰ্ডক ২১-১২-২১-১৭ গেমত পৰাস্ত কৰাৰ বিপৰীতে সতীশ কৰুণাকৰণে সতীৰ্থ খেলুৱৈ ছিৰাগ সেন...

October 31, 2024 12:05 PM

views 13

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। কাইলৈ তেওঁ আহমেদাবাদৰ পিড়ানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিব।

October 31, 2024 11:55 AM

views 18

মৰিগাঁও জিলাত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলাত সমগ্ৰ শিক্ষাৰ অধীনত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

October 31, 2024 11:53 AM

views 27

ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় প্ৰদূষণমুক্ত চহৰ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্রকাশ

কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখন প্ৰদূষণমুক্ত চহৰ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, ডিব্ৰুগড়ৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত ইয়া...

October 31, 2024 11:44 AM

views 32

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া  ৮ নৱেম্বৰৰ পৰা আৰম্ভ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰিক্ষাৰ্থীসকলৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া ৩০ নৱেম্বৰত অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মার্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি প্ৰ...