November 2, 2024 6:15 PM

views 20

৬ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ...

November 2, 2024 6:12 PM

views 34

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা কৰিছে। পেন্টাগনে এটা বিবৃতিত কালি কয় যে এই সাহায্যৰাশি ইউক্রেইনৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা প্ৰয়োজন পূৰণ কৰাত ব্যৱহৃত হ'ব। এই সাহায্যৰ অধীনত ৰাষ্ট্ৰীয় উন্নত স্থলভাগৰ পৰা আকাশম...

November 2, 2024 5:41 PM

views 32

ব্রাজিলৰ বেলেমত ২০২৪ চনৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মী গোট মন্ত্ৰীসভাৰ বৈঠক

ব্রাজিলৰ বেলেমত ২০২৪ চনৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মী গোট মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। বিভিন্ন মন্ত্ৰী পৰ্যায়ৰ অধিৱেশনৰ সময়ত প্রধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে মিশ্ৰই দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি আৰু দুৰ্যোগ নিৰাময়ৰ বাবে বৃদ্ধি কৰা পুঁজিৰ বিষয়ে ...

November 2, 2024 5:38 PM

views 34

পাকিস্তানৰ মাষ্টাং জিলাত শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ মাষ্টাং জিলাত কালি হোৱা এটা শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২৯গৰাকী লোক আহত হয়। জিলা প্রশাসনে প্ৰকাশ কৰা অনুসৰি মাষ্টাং অসামৰিক চিকিৎ‍সালয়ৰ সমীপৰ বালিকা হাইস্কুল চকত বোমাটোৰ বিস্ফোৰণ হয়। নিহতসকলৰ ভিতৰত ৫ জনী ছোৱালী, এটা ল'ৰা, এজন আৰক্ষী বিষয়া আৰু দুজ...

November 2, 2024 5:36 PM

views 43

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেলগাড়ীসমূহ নতুন দিল্লীৰ আনন্দ বিহাৰ আৰু নিজামদ্দিন ৰে’ল ষ্টেচনৰ পৰা চলাচল কৰিব। আকাশবাণীৰ আগত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি উৎসৱৰ বতৰত দিল্লী অঞ্চলৰ প্ৰধান...

November 2, 2024 5:34 PM

views 18

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ'ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়...

November 2, 2024 1:01 PM

views 23

আকাশবাণীৰ দৃষ্টিপাতত অনুষ্ঠানত আজি সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধ...

November 2, 2024 12:59 PM

views 22

কাইলৈ লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ দিনৰ ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰেন্দ্ৰ নাথ...

November 2, 2024 12:58 PM

views 20

১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী

ডিফুৰ সমীপৰ তাৰালাংছ'ত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চল ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে ১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে হ'বলগীয়া এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আদৰণি সমিতিৰ ২৪টা কোষ গঠন...

November 2, 2024 12:56 PM

views 18

লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি কিতাপৰ দিন উদযাপন

বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ, অভিনেতা, নাট্যকাৰ তথা পৰিচালক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি কিতাপৰ দিন উদযাপন কৰা হ'ব। গুৱাহাটীৰ উজানবজাৰত থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সন্ধিয়া ৬ বজাত আয়োজিত অনুষ্ঠানত সাংবাদিক নিত্য বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত লক্ষ্যধৰ ...