November 13, 2024 8:14 PM

views 31

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদৰ আবেদন আহ্বান

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ ৰাজ্যৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়ত ন্যূনতম ১৫ বছৰ কাম কৰা অভিজ্ঞতা থকাৰ লগতে যিকোনো অনুমোদিত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। ...

November 13, 2024 8:11 PM

views 15

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত

জনসাধাৰণৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এটা পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালকসকলক হেলমেট পৰিধানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰোৱা হয়। হেলমেট পৰিধান কৰা চালকসকল...

November 13, 2024 8:10 PM

views 9

শিৱসাগৰ বিশ্ববিদ্যালয় ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত

অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে বিগত বছৰত ঘোষণা কৰা শিৱসাগৰ বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰিছে। আজি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত উপাচার্য ডº জিতেন হাজৰিকাই এই স্বীকৃতি সন্দৰ্ভত...

November 13, 2024 8:07 PM

views 24

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দৌৰত নাই বুলি ড° ভীমকান্ত বৰুৱাৰ স্পষ্টতা

 অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাই এই নিৰ্বাচনৰ দৌৰত তেওঁ নাই বুলি স্পষ্ট কৰি দিছে । আকাশবাণী গুৱাহাটীৰ ...

November 13, 2024 8:05 PM

views 22

ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ সামৰণি

বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে কেতবোৰ ভোটগ্রহণ কেন্দ্ৰৰ চৌহদৰ ভিতৰত ৫ বজাৰ আগেয়ে প্ৰৱেশ কৰা ভোটদাতা ৰাইজৰ সুবিধাৰ বাবে কিছু দেৰিলৈকে ভোটগ্রহণ চলি আছে। চামগুৰি আৰু বিহালী সমষ্টিৰ কেতবোৰ অঞ্চলত দুষ্কৃতিকাৰীৰ দ্বাৰা...

November 13, 2024 8:00 PM

views 16

উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ প্ৰান্তে প্রান্তে ৰাস মহোৎসৱৰ ব্যাপক আয়োজন

ৰাস মহোৎসৱ উদযাপনৰ বাবে উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ প্ৰান্তে প্রান্তে ব্যাপক আয়োজন প্রায় সম্পূৰ্ণ হৈছে। সত্ৰভূমি মাজুলীৰ লগতে উজনি অসমৰ কেইবাখনো জিলা আৰু নামনি অসমৰ হাউলী- নলবাৰীকে ধৰি ভালেমান অঞ্চলত পৰম্পৰাগত ৰীতি-নীতিৰে আৰু আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠি...

November 13, 2024 6:41 PM

views 38

মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মাজুলী জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য,  ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ পৰ্যালোচনা কৰে...

November 13, 2024 6:23 PM

views 22

বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰে পৰা বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। বৰপেটা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই খেলখনত আয়ুষ্মান মালাকাৰে নেতৃত্ব দিয়া অসম দলটোৱে প্ৰথমে বেট ধ...

November 13, 2024 6:21 PM

views 27

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ছেঞ্চুৰীয়ানত অনুষ্ঠিত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ছেঞ্চুৰীয়ানত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয়ে একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰে। দক্ষিণ আফ্রিকাই দ্বিতীয়খন খেল...

November 13, 2024 6:32 PM

views 29

আজি ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আজি ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শুভেচ্...