December 4, 2024 12:05 PM

views 22

ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ৮ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ...

December 4, 2024 12:03 PM

views 16

আজি নৌসেনা দিৱস

আজি নৌসেনা দিৱস। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতীয় নৌবাহিনীয়ে ট্রাইডেণ্ট অভিযানৰ সময়ত কৰাচী বন্দৰত আক্ৰমণ কৰি পাকিস্তান নৌবাহিনীৰ পি এন এছ খাইবাৰকে ধৰি ৪ খন যুদ্ধ জাহাজ ধ্বংস কৰাৰ ৪ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে নৌসেনা দিৱস হিচাপে পালন কৰি অহা হয় । এই দিৱসত বিগত দশকসমূহত নৌবাহিনীয়ে লাভ ...

December 4, 2024 12:01 PM

views 29

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ ইংলেণ্ড চৰকাৰৰ

বাংলাদেশত চলি থকা সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ আৰু হিন্দু ধৰ্মগুৰুৰ নিৰ্যাতনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত উদ্বেগৰ সৃষ্টি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইতিমধ্যে বাংলাদেশক সকলো শ্ৰেণীৰ জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সকীয়নি দিয়াৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বা...

December 4, 2024 12:00 PM

views 30

মহাৰাষ্ট্ৰত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দলৰ আজি নতুন নেতা নিৰ্বাচন

মহাৰাষ্ট্ৰত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দল আজি মুম্বাইত মিলিত হ'ব আৰু বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিব। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে দলটোৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীক আজিৰ এই বৈঠকৰ বাবে হাইকামাণ্ডৰ পৰ্যবেক্ষক ৰূপ...

December 3, 2024 4:47 PM

views 27

দেশ সুচাৰূপে চলি থাকিবলৈ হ’লে সংসদৰ কামকাজ ফলদায়ক হ’ব লাগিব: ৰিজিজু

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে দেশ সুচাৰূপে চলি থাকিবলৈ হ'লে সংসদৰ কামকাজ ফলদায়ক হ'ব লাগিব। সংসদত বিৰোধী দলসমূহৰ সাংসদসকলে সৃষ্টি কৰি অহা পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে এইদৰে সংসদৰ কামকাজ বাধাগ্ৰস্ত হৈ থাকে, তেন্তে ইয়াৰ ফল সমগ্ৰ দেশৰ লগতে বিৰোধী সাংসদস...

December 3, 2024 4:41 PM

views 11

দেশত নতুনকৈ প্ৰৱৰ্তন কৰা ৩খন ফৌজদাৰী আইনৰ পুনৰীক্ষণ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত নতুনকৈ প্ৰৱৰ্তন কৰা তিনিখন ফৌজদাৰী আইনৰ পুনৰীক্ষণ কৰিছে। চণ্ডিগড়ত অনুষ্ঠিত এই পুনৰীক্ষণত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব। বিশেষ বিমান যোগে চণ্ডীগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী আৰু প্ৰশাসনৰ অন্যান্য বিষয়াই আদৰণ...

December 3, 2024 4:43 PM

views 20

ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুর্মু

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে আজি সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ'ব। অন্যান্য কাৰ্যসূচীৰ লগতে তেওঁ কাইলৈ পুৰীৰ ব্লু ফ্লেগ বীচ্ছত ভাৰতৰ নৌ সেনা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভূবনেশ্বৰত উপস্থিত হোৱাৰ পাছতে শ্ৰীমতী মুর্মুৱে পণ্ডিত ৰঘুনাথ মুর্মুৰ নতুন প্ৰতিমূৰ্তিটো উ...

December 3, 2024 5:03 PM

views 16

গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলত হিংসাত্মক পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

দক্ষিণ-পূব গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে গায়েনাৰ ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে, এই মর্মান্তিক ঘটনাত ক্...

December 3, 2024 4:58 PM

views 23

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ব্রডকাষ্ট এছিছটেণ্ট পদৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্রহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম...

December 2, 2024 12:19 PM

views 15

আজি অসম দিৱস

■ আজি অসম দিৱস। বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে ...