December 14, 2024 9:05 PM

views 6

আমানতবিহীন কৃষি ঋণৰ সীমা ২ লাখ টকালৈ বৃদ্ধিৰ কথা ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে আমানতবিহীন কৃষি ঋণৰ সীমা এক লাখ ৬০ হাজাৰ টকাৰ পৰা দুই লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজি এখন বিবৃতি যোগে কয়, যে এই সিদ্ধান্তই কৃষকসকলৰ ওপৰত মুদ্রাস্ফীতি আৰু কৃষি সামগ্ৰীৰ বৰ্ধিত ব্যায়ৰ প...

December 14, 2024 9:03 PM

views 7

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেছিয়া চৰকাৰৰ শীৰ্ষ বিষয়া আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নৌসেনাৰ মুৰব্বীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল শ...

December 14, 2024 9:02 PM

views 11

ব্ৰীছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে স্থগিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত হয়। আজি প্ৰথমদিনা ১৩ অভাৰ আৰু দুটা বল খেলা অৱস্থাত বৰষুণ অহাত খেল স্থগিত ৰখা হয়। আম্পায়ৰদ্বয়ে ভোজন বিৰতিৰ পাছত খেলপথাৰ নিৰীক্ষণ কৰি আজিৰ দিনটোৰ খেল স্থগিত ঘোষণা কৰে। সেই সময...

December 14, 2024 8:19 PM

views 10

ৰাজ্যৰ কেইবাখনো জিলাত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী; গোলাঘাটত ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশস্বৰূপে কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ সাহায্য তথা অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উপস্থিত থাকি অসম মাইক্ৰ' ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ৫ হাজাৰ ১১৯ গৰাকী ঋণগ্ৰস্তক...

December 14, 2024 8:14 PM

views 9

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰৰ দুটা বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বি...

December 14, 2024 8:12 PM

views 10

মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীলৈ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা

সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই আজি অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে। জাতীয় সংগঠন তিনিটাই দৰং জিলাৰ মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীৰ মুকুল ডেকা, ৰাজীৱ ডেকা আৰু অনুপম ডেকাক এইবাৰৰ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অম্বিকাগিৰী ৰ...

December 14, 2024 8:11 PM

views 10

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত পানীৰ টেংকি ফাটি ৩জন ছাত্ৰৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত আজি পানীৰ টেংকি ফাটি যোৱাৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। নাহৰলগুনৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে জনোৱা মতে আজি পুৱাৰ ভাগত এই দুর্ঘটনা সংঘটিত হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু চাৰিজন কৰ্মচাৰীকে ধ...

December 14, 2024 8:10 PM

views 9

লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা লখিমপুৰ আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ

লখিমপুৰ জিলা ক্রীড়া সন্থাৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সপ্তম বার্ষিক লখিমপুৰ আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। ১৪ৰ পৰা ২০ বছৰ ঊৰ্ধ্বৰ আৰু অনূৰ্ধ্বৰ দুয়োটা শাখাতে অনুষ্ঠিত বিভিন্ন শাখাৰ খেলত জিলাখনৰ দুশৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে...

December 14, 2024 8:08 PM

views 21

লোকসভাত সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ’ব

লোকসভাত অহা সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ, চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে...

December 14, 2024 8:06 PM

views 6

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেই সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা ৮ ডিচেম্বৰৰ পৰা পালন কৰা ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি পৰে। শক্তিৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি উত্তৰ-পূব...