December 26, 2024 8:39 PM
26
সীমান্ত নিৰাপত্তা বাহিনীত নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
দিল্লী উচ্চ ন্যায়ালয়ে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফত তৃতীয় এম এ চি পি অর্থাৎ নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। বাহিনীটোৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত বিষয়া আৰু জোৱানে চাকৰি জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত তৃতীয় এম এ চি পি লাভ কৰিবলৈ জনোৱা আবেদন বি এছ এফ কর্তৃপক্ষই প্রত্য...