January 3, 2025 12:29 PM

views 22

প্ৰতিবছৰে ১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচন...

January 3, 2025 12:27 PM

views 13

অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ৫২০ কোটি টকা আবণ্টন কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ৫২০ কোটি টকা আবণ্টন দিছে। যোৱা ৩১ ডিচেম্বৰত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ গুৱাহাটী আৰু ইটানগৰত থকা আঞ্চলিক কার্যালয়ত পত্রযোগে এই কথা অৱগত কৰোৱা হৈছে। পত্ৰখনত উল্লেখ ...

January 3, 2025 12:23 PM

views 30

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়...

January 2, 2025 8:33 PM

views 31

যোৱা ১০ বছৰত দেশত ৩৬ শতাংশ উল্লেখযোগ্য কর্মসংস্থান বৃদ্ধি

যোৱা ১০ বছৰত দেশত ৩৬ শতাংশ উল্লেখযোগ্য কর্মসংস্থান বৃদ্ধি হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ১৭ কোটিতকৈও অধিক অতিৰিক্ত কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। বিগত বৰ্ষত প্ৰায় ৪ কোটি ৬০ লাখ সংস্থাপন সৃষ্টি হৈছিল বুলি মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰ্যালয়ে ক...

January 2, 2025 8:32 PM

views 28

নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages উন্মোচন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। কিতাপখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰা হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান উপস্থিত থাকে।

January 2, 2025 8:27 PM

views 12

মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী প্ৰকৃত দূৰদৰ্শী বুলি অভিহিত কৰিছে। তেওঁ এখন উন্নত সমাজ গঢ়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ উপৰি নাৰী সৱলীকৰণ আৰু মানুহৰ দুখ-কষ্ট নিৰাময়ৰ বাবে যথেষ্ট উদ্যোগ ...

January 2, 2025 8:25 PM

views 22

নতুন দিল্লীত আজি নির্মলা সীতাৰমনৰ সপ্তম প্রাক বাজেট আলোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় বিত্ত সচিব, ডি আ পি এ এমৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচি...

January 2, 2025 8:22 PM

views 18

ডি আৰ ডি অ’ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক ইয়াৰ গৱেষণা আৰু উন্নয়নমূলক কামকাজত ষ্টার্টআপক সামৰি লোৱাৰ সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ডি আৰ ডি অ'ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী সিঙে কয়, যে ভাৰতৰ প...

January 2, 2025 8:20 PM

views 15

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ...

January 2, 2025 8:18 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰলৈ শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতি চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চ...