January 4, 2025 7:42 PM

views 26

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা ২০২৫ মুকলি

কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা ২০২৫ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰীবৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক, কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষি খণ্ডলৈ অহা জলব...

January 4, 2025 7:39 PM

views 19

ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীৰ বিশেষ পর্যালোচনা বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পর্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিবেশনত উত্থাপন হবলগীয়া কেন্দ্রীয় বাজেট...

January 4, 2025 7:36 PM

views 14

তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা, কৰ্তব্যৰ পৰা বিকাশলৈ আৰু অমৃত সৰোবৰ সম্ভাৱনাসূচক উদগণি শীর্ষক আঁচনি ৩ খন আজি জনসাধাৰণৰ কল্যানৰ অৰ্থে মুকলি কৰে। অনুষ্ঠান...

January 4, 2025 7:12 PM

views 36

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পর্যালোচনা বৈঠক

দেশৰ উৎপাদনকাৰী আৰু উপভোক্তা ৰাজ্যসমূহত দেখা দিয়া সামগ্ৰীৰ মূল্যৰ ব্যৱধান দূৰ কৰিবলৈ যাতায়াত আৰু মজুতকৰণৰ ব্যয় চৰকাৰে বহন কৰিব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰ...

January 4, 2025 7:08 PM

views 14

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে ১৮০জন বিদেশী লোক, প্ৰায় ৬ হাজাৰ কয়দীক মুকলি

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে ১৮০জন বিদেশী লোককে ধৰি প্ৰায় ৬ হাজাৰ কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচাপে অন্যান্য কয়দীৰ শাস্তিও হ্ৰাস কৰা হৈছে। এই কয়দীকলক দোষী সাব্যস্ত কৰাৰ কাৰণ নাইবা মুক্তিৰ পাছত স্বদেশলৈ পঠিয়াবল...

January 4, 2025 7:05 PM

views 51

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱাসকলক মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ আহ্বান

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱা লোকসকলে মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আহ্বান জনাইছে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দিল্লীৰ ১২ লাখৰো অধিক পৰিয়ালৰ পানীৰ মাচুল শূন্য আছিল আজি নতুন দিল্লীত এখন সংবাদমেলত শ্রী কেজৰিৱালে দৃঢ়তাৰে প্ৰকাশ কৰে ৷

January 4, 2025 7:01 PM

views 20

ভাৰতৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াতকৈ ১৪৫ ৰানৰ অগ্ৰগতি

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ৬ উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত ১৪১ ৰান সংগ্ৰহ কৰে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে ১৪৫ ৰানত আগবাঢ়ি আছে। দিনান্তত ৰবীন্দ্ৰ জাদেজাই ৮ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান ...

January 4, 2025 6:57 PM

views 20

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী আজি উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত হয়। জিলা ক্রীড়া বিষয়া আৰু খেল অনুৰাগীসকলে এই শিখাক বিপুলভাৱে আদৰণি জনায়। উত্তৰাখণ্ডত এই মাহৰ শেষ ভাগলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে যোৱা ২৬ ডিচেম্ব...

January 4, 2025 6:51 PM

views 23

শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ, জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান কেন্দ্ৰীয়ট মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শিশুসকলক পৰীক্ষাৰ হেঁচা নল'বলৈ আৰু জীৱনক লৈ উৎসাহী হ'বলৈ আহ্বান জনাইছে। নতুন দিল্লী নগৰ পালিকা পৰিষদে আয়োজন কৰা EXAM WARRIORS আর্ট উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী বৈষ্ণৱে কয়, যে অভিনেতা আৰু খেলুৱৈ সকলে কামৰ প্ৰতি থকা নিষ্ঠা...

January 4, 2025 6:49 PM

views 14

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ দেহাৱসান

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ আজি পুৱতি নিশা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ৮৮ বছৰীয়া বিজ্ঞানীগৰাকী ভালেমান দিন ধৰি অসুস্থ হৈ আছিল। ড০ চিদাম্বৰমে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্প গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭৪ চনত ভাৰতে...