January 10, 2025 8:29 PM

views 14

যোৰহাটৰ মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈক ১০৬সংখ্যক জন্মদিনত ‘শতায়ু সৌৰভ’ উপাধি প্ৰদান

যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত সন্মিলনৰ সভাপতি তথা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈৰ ১০৬ সংখ্যক জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেওঁক শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হয়। জিলাখনৰ বহুকেইটা সংগঠন আৰু প্ৰতিষ্ঠানে মুক্তিযোদ্ধাগৰাকীক শৰাই, চ...

January 10, 2025 8:28 PM

views 16

বড়ো সাহিত্য সভাত আজি অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ-অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে আলোচনা-চক্র

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে এখন আলোচনা চক্র অনুষ্ঠিত হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ সঞ্চালনাত হোৱা এই আলোচন...

January 10, 2025 8:27 PM

views 19

সোণাপুৰ ৰাজহ চক্ৰৰ কচুতলীৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে অহা ২৯ জানুৱাৰীৰ ভিতৰত কচুতলীৰ উচ্ছেদ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি চৰকাৰক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যোৱা ৩০ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১৫ দিনৰ ভিতৰত স...

January 10, 2025 8:25 PM

views 12

মৰিগাঁৱত শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত পুথিভঁৰাল সমৃদ্ধকৰণ অভিযান মুকলি

ৰাজ্য চৰকাৰে ঘোষণা কৰা কিতাপৰ বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত পুথিভঁৰাল সমৃদ্ধকৰণ অভিযান আজি মুকলি কৰা হয়। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰি শিশুসকলক পুথি পঢ়ি জ্ঞানৰ ভঁৰাল চহকী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মৰিগাঁও জিলাৰ ...

January 10, 2025 8:22 PM

views 24

আকাশবাণী গুৱাহাটীত কাইলৈ নিশা ৮.০২ বজাত বাতৰি বিভাগৰ এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গো...

January 10, 2025 1:58 PM

views 14

ওদালগুৰিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশনৰ আজি দ্বিতীয় দিন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত কালিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি ...

January 10, 2025 1:51 PM

views 18

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ ৰূপ দিয়াত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত দেশৰ অন্যতম সন্মানজনক শিক্ষা প্রতিষ্ঠান শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। বিশ্বভাৰতী কৰ্তৃপক্ষই কালি আনুষ্ঠানিকভাৱে এই অনুমোদন পত্ৰ লাভ কৰে। বিশ্...

January 10, 2025 1:43 PM

views 21

উমৰাংছ’ৰ তিন কিলোৰ কয়লা খনিত শ্ৰমিকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

যোৱা সোমবাৰে উমৰাংছ'ৰ তিন কিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ চাৰি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি স...

January 10, 2025 1:36 PM

views 19

মন্ত্ৰী অন্নপূর্ণা দেৱীৰ তিনিদিনীয়া চিন্তন শিবিৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজস্থানৰ উদয়পুৰত এটা তিনিদিনীয়া চিন্তন শিৱিৰ মুকলি কৰিব। এই শিৱিৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিৰ সৈতে সমগ্ৰ দেশৰ মহিলা তথা শিশুৰ সামগ্রিক বিকাশ আৰু কল্যাণৰ সৈতে জড়িত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। এই শিৱিৰে প্ৰত্যাহ্বান দূৰ কৰাৰ, দ...

January 10, 2025 1:32 PM

views 20

কানাডাত প্ৰধানমন্ত্ৰী পদৰ বাবে ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যৰ প্রার্থিত্ব ঘোষণা

কানাডাত ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যই প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ প্রার্থিত্ব ঘোষণা কৰিছে। অটোবাৰ লিবাৰেল পাৰ্টীৰ সাংসদ আৰ্য্যই প্রধানমন্ত্রী পদত অধিষ্ঠিত হ'লে গ্রাহক কাৰ্বন কৰ আঁতৰোৱাৰ লগতে কানাডাক গণতান্ত্রিক দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'ব ...