January 13, 2025 10:50 AM

views 19

নতুন দিল্লীত প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ ২০২৫ আৰম্ভ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ ২০২৫ আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত ২০টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দৰে অংশগ্ৰহণ কৰিছে। ভাৰতীয় খো খো ফেডাৰচনে এই প্ৰতিযোগিতাৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকে পৃথকে ১৫ জনীয়া দল ঘোষণা কৰিছে। প্ৰতীক ...

January 13, 2025 10:46 AM

views 14

থাইলেণ্ডৰ বেংককত আজিৰে পৰা পঞ্চম আছিয়ান ডিজিটেল বিষয়ক মন্ত্ৰীসকলৰ বৈঠক

থাইলেণ্ডৰ বেংককত আজিৰে পৰা পঞ্চম আছিয়ান ডিজিটেল বিষয়ক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ডিজিটেল নীতিৰ বাবে দায়বদ্ধ আছিয়ান মন্ত্ৰীসকলে একেলগে অঞ্চলটোৰ ডিজিটেল ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাকে ধৰি অংশীদাৰ দেশসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰা হ'...

January 13, 2025 10:41 AM

views 13

ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ট্রাম্প প্ৰশাসনৰ প্ৰতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰহ...

January 13, 2025 10:39 AM

views 21

দুদিনীয়া ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইন ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি দুদিনীয়া ভ্রমণসূচীৰে স্পেইন ৰাওনা হ'ব। মন্ত্ৰীগৰাকীৰ বাবে এয়া হ'ব তেওঁৰ প্ৰথম স্পেইন ভ্রমণ। ভ্ৰমণকালত ড০ জয়শংকৰে স্পেইনৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেনুৱেল আলবেৰাছৰ সৈতেও দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থ আৰু ...

January 13, 2025 10:36 AM

views 13

জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্রীয়ে নির্মাণকার্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলো...

January 13, 2025 10:34 AM

views 21

প্ৰয়াগৰাজৰ কুম্ভমেলাত দেশৰ লাখ লাখ ভক্তৰ অংশগ্ৰহণ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি পুহ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অমৃত স্নান ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ লাখ লাখ ভক্ত উপস্থিত হৈছে। চৰকাৰেও নিঃশ্চিদ্ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৬ দৰ্শনাৰ্থী প্ৰয়াগৰাজত এই মহাকুম্ভ ২০২৫ চনৰ বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃত...

January 13, 2025 10:26 AM

views 17

লহৰী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লহৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ উদযাপন কৰিবলগীয়া মকৰসংক্রান্তি, পুংগল আৰু মাঘ বিহু উপলক্ষেও তেওঁ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু ৱে কয়, যে এই উৎসৱবোৰ হৈছে ...

January 12, 2025 8:46 PM

views 78

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্রকাশ

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ যুৱ শক্তিয়ে উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। ...

January 12, 2025 8:43 PM

views 30

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৰাজধানী দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীপুৰীয়ে কয়, যে বিগত বিধানসভা নিৰ্বাচনত শ্ৰীকেজৰিৱালে...

January 12, 2025 8:40 PM

views 18

আপৰ বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীৰ অভিযোগ

আম আদমী পাৰ্টীৰ দুগৰাকী বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত তেওঁ কয়, যে দিল্লী আৰক্ষীয়ে এই বিধায়ক দুগৰাকীলৈ এই গোচৰ সংক্ৰান্তত জাননী জাৰি কৰিছে। বিজেপিৰ নেত্ৰীগৰাকী...