January 15, 2025 11:13 AM

views 37

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ...

January 15, 2025 11:10 AM

views 14

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আই চি চিৰ আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট সংস্থাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা কৰিছে। সেই অনুসৰি এইটো ছিজনৰ চূড়ান্ত খেলখনৰ বিজয়ী দলটোৱে প্ৰায় ১২ কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে আনটো দলে প্রায় ৬ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। চলিত বৰ্ষৰ ১৮ জুনত চাউডা...

January 15, 2025 11:06 AM

views 17

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 11:03 AM

views 16

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 10:58 AM

views 70

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্রকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি পর্যটন বিভাগে আশা প্রকাশ কৰিছে। বিগত সময়ছোৱাত এইক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পর্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখন...

January 15, 2025 10:55 AM

views 39

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম

আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শ...

January 15, 2025 10:50 AM

views 27

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থ...

January 15, 2025 10:47 AM

views 17

যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচি ছাবমেৰিন ৰাষ্ট্ৰৰ নামত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উৎসৰ্গা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত দুখন যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচিৰ নামৰ এখন ছাবমেৰিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় নৌসেনা বাহিনীত একেলগে তিনিখন উচ্চ প্রযুক্তিসম্পন্ন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। সামুদ্ৰিক নিৰাপত্তা আৰু প...

January 15, 2025 10:44 AM

views 17

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম কালি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। নতুন দিল্লীৰ বিমান বন্দৰত কালি তেওঁক বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে আদৰণি জনায়। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া...

January 15, 2025 10:41 AM

views 16

কেৰালাৰ খাদ্য সংসাধন আৰু লজিষ্টিকছ খণ্ডত বিনিয়োগৰ বাবে আৰৱ আমিৰি ৰাষ্ট্ৰৰ আগ্ৰহ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে কেৰালাই চলাই থকা গুৰুত্বপূৰ্ণ অভিযানে এটা বিশেষ গতি লাভ কৰিছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ নেতৃত্বত ডুবাইলৈ যোৱা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সমাগত ইনভেষ্ট কেৰালা গ্লোবেল ছামিট আই কে জি এছ-ৰ বাবে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শীর্ষস্থানীয় বাণিজ্য আৰু...