January 16, 2025 7:02 PM

views 11

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়ন-বিকাশৰ বাবে ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্রীসভাৰ বৈঠকত ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জোনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ...

January 16, 2025 7:00 PM

views 9

ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত ২ হাজাৰ কোটি টকা, বিটিআৰৰ উন্নয়নৰ বাবে ৪০১ কোটি টকাৰ অনুমোদন

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২ হাজাৰ কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত মহিলাসকলক তিনিটা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি মুখ্যম...

January 16, 2025 6:57 PM

views 17

গোলাঘাটৰ বালিজানত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন

গোলাঘাট জিলাৰ বোকাখাতৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্রী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্রস্তুতি পর্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিক...

January 16, 2025 6:56 PM

views 28

কাইলৈ শিল্পী দিৱস; গোলাঘাটত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্রদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ড° অনিমা চৌধুৰী...

January 16, 2025 6:54 PM

views 9

বিছাৰজা বিছানং চিংফৌৰ মৃত্যু; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোকপ্ৰকাশ

চিংফৌ সমাজৰ মুৰব্বী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিছাৰজা বিছানং চিংফৌৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বিছাৰজা বিছানং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ...

January 16, 2025 5:49 PM

views 15

দুৰ্বৃত্তৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান সংকটমুক্ত

আজি পুৱতি নিশা নিজ বাসগৃহত চোৰৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান বর্তমান সংকটমুক্ত বুলি কোৱা হৈছে। মুম্বাইৰ লীলাৱতী হাস্পতালৰ চিকিৎসকসকলে অভিনেতাগৰাকীৰ দুটা আঘাতৰ অস্ত্ৰোপচাৰ আজি পুৱাৰ ভাগত সম্পন্ন কৰে। আজি পুৱতি নিশা প্রায় ২ বজাত এজন অচিনাক্ত লোক ছেঈফ আলী খানৰ মু...

January 16, 2025 5:48 PM

views 14

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ স্পেডেক্স মিছনৰ অধীনত দুটা উপগ্ৰহৰ সংযোজন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই ইয়াৰ স্পেডেক্স মিছনৰ অধীনত আজি দুটা উপগ্ৰহৰ সংযোজনেৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২০৩৫ চনত ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ এই সফলতা উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ...

January 16, 2025 5:47 PM

views 11

চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে আজি ষ্টার্ট আপ ইণ্ডিয়া কাৰ্যসূচীৰ নৱম বার্ষিকী উদযাপন কৰিছে। এই উপলক্ষে দিয়া বার্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছে। শ্রী মোদীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰে গ্ৰহণ কৰা ৰূপান্তৰকামী কাৰ্যসূচীয়ে অগণন যুৱক-...

January 16, 2025 5:46 PM

views 12

অষ্ট্ৰেলিয়ান অ’পেন টেনিছৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা

অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন খেলত বালাজী আৰু ভাৰেলাৰ যুটিয়ে কাজাখস্তানৰ আলেখছাণ্ডাৰ নেডোভিয়েছভ আৰু নেডাৰলেণ্ডছৰ ৰবিন হাছেৰ যুটিক...

January 16, 2025 1:54 PM

views 22

জোনবিলৰ পাৰত আজিৰে পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহ...