December 19, 2025 6:49 PM

views 10

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক প্রশিক্ষণ কর্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে নাবাৰ্ডৰ সহযোগত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক তিনিদিনীয়া প্রশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই কর্মশালাত পাঁচখন ৰাজ্যৰ ৩০ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে। কর্মশালাত প...

December 19, 2025 6:49 PM

views 6

ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ

ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছে। জিলাখনৰ জোনাইৰ মাজেৰে বৈ যোৱা চিয়াং নৈ আৰু পবা বনাঞ্চলৰ দাঁতি কাষৰীয়া লালী চিয়াং নৈত শীতৰ এই সময়ছোৱাত নানান পৰিভ্ৰমী চৰাই দেখা পোৱা গৈছে। খৰালী চিয়াং নৈৰ জলপৃষ্ঠ শুকাই যোৱাৰ ফলত সৃষ্টি হোৱা সৰু-বৰ জলাশয়সমূহ পৰিভ্ৰমী চৰাইৰ বাবে উপযুক...

December 19, 2025 6:48 PM

views 12

ধেমাজি জিলাৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রীৰ নিযুক্তিথলীৰ পত্ৰ বিতৰণ

ধেমাজি জিলা শিক্ষা বিভাগৰ অধীনত আজি আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তিথলীৰ পত্ৰ বিতৰণ কৰে। জিলাখনৰ মুঠ ২০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকে বাছনি কৰা শিক্ষানুষ্ঠানৰ বাবে নিযুক্তি দিয়া হয়। জিলা শিক্ষা বিভাগৰ উদ্...

December 19, 2025 6:47 PM

views 13

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত ভূমি উচ্ছেদৰ বাবে জিলা প্রশাসনৰ বিশেষ পদক্ষেপ গ্রহণ

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত বনানীকৰণৰ বাবে নিৰ্ধাৰিত ভূমিত অবৈধভাৱে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ নেতৃত্বত আজি চৰকাৰী বিষয়াৰ এটা দলে দখলীকৃত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে, বু...

December 19, 2025 6:46 PM

views 9

আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ

নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোক...

December 19, 2025 6:45 PM

views 13

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অন্যান্য মন্ত্রীসকলে প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বাবে প্রয়োজনীয় ব্যবস্থা গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কা...

December 19, 2025 12:53 PM

views 21

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। জলস্তৰ হ্ৰাস হোৱাৰ ফলত কেৱল ব্যক্তিগত ফেৰীসমূহেৰে পথ সলাই মূল কমলাবাৰী ফেৰী ঘাটলৈ এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল হৈ আছিল যদিও যোৱা ৬ ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ক...

December 19, 2025 12:52 PM

views 22

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র পুনৰ মুকলি

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র (আই ভি এ চি) অস্থায়ীভাৱে বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰা হৈছে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত ভাৰত বিৰোধী প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত খুলনা আৰু ৰাজশ্বাহীত থকা ভিজা আবেদন কেন্দ্র বন্ধ কৰি থোৱা হৈছিল। অৱশ্যে কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি সদ্যহতে স্বাভাৱিক সময...

December 19, 2025 12:50 PM

views 15

আকাশবাণী গুৱাহাটীৰ আজি বিয়লি ৩.০৫ বজাৰ বিশেষ প্রাসংগিক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত কাৰ্বি আংলং জিলাৰ চামেলাংচ’ উন্নয়ন খণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কাৰ্বি আংলং জিলাৰ সংব...

December 19, 2025 12:35 PM

views 17

ঝাৰখণ্ডৰ প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল

ছৈযদ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক ৬৯ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিশানে ৪৯টা বলত ১...