February 7, 2025 6:01 PM

views 19

যোৱা বছৰৰ শেষলৈকে ই-নাম প’ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে যোৱা বছৰৰ শেষলৈকে ই-নাম প'ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছে। তেওঁ লগতে কয় যে কৃষি উৎপাদন সংস্থাৰ ৪ কোটি ৮০ লাখৰো অধিক কৃষকক ২৪৯ কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্ন কালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰীগৰাকীয়ে ...

February 7, 2025 5:56 PM

views 12

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্...

February 7, 2025 5:40 PM

views 23

শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়ক লৈ প্ৰতিবাদ বিৰোধী সাংসদৰ

লোকসভাত আজি ভালেমান বিৰোধী সাংসদে শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডি এম কেৰ সাংসদ দয়ানিধী মৰাণ, কানিমুঝী আৰু এ ৰাজা, কংগ্ৰেছ সাংসদ হিবিয়াডেন, আৰ জে ডিৰ সাংসদ মনোজ ঝা, চিপি আই এমৰ পি সন্তোস আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যম...

February 7, 2025 5:34 PM

views 24

জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অ...

February 7, 2025 5:02 PM

views 26

লোকসভাত ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত আজি ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰ্মবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টো সদনত উত্থাপন কৰে। শ্ৰী গান্ধীয়ে কয় যে চৰকাৰে ...

February 7, 2025 11:28 AM

views 15

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৰাজ্যৰ ৪গৰাকী বক্সাৰৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ প্ৰতিযোগিতাত কালি অসমৰ ৪ গৰাকী বক্সাৰে নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেষ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ গৌৰৱময় সফলতা অৰ্জন কৰিছে। তাৰকা বস্কাৰ শিৱ থাপাই চেমি ফাইনেলত মহাৰ...

February 7, 2025 11:25 AM

views 24

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব। অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়াও বলবৎ হৈ থকা ১৯৬১ চনৰ আয়কৰ আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। বিত্ত মন্ত্রী নির্মলা সীতাৰমনে শেহতীয়া বাজেট দাখিলৰ সময়তে কেবিনেটত ন...

February 7, 2025 11:21 AM

views 24

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰনজিত কুমাৰ দাসে কালি বিলাসীপাৰাত এই কথা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ সাংগঠনিক আৰু ভোগালীৰ প্ৰীতি ভোজ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আ...

February 7, 2025 11:17 AM

views 14

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ ভাগলৈ অনুষ্ঠিত মুক...

February 7, 2025 11:13 AM

views 13

দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ সকলো খনন আৰু নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে জলাশয়টোৰ সীমা সম্পূৰ্ণকৈ নিৰ্ধাৰণ নোহোৱালৈকে অঞ্চলটোত সকলো ধৰণৰ খনন আৰু নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ৰামচৰ...