February 9, 2025 9:04 PM
28
ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো গুৱাহাটীত উপস্থিত
উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো আজি গুৱাহাটীত উপস্থিত হৈছে। বিমানযোগে অহা খেলুৱৈকেইগৰাকীক বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হয়। অসম বক্সিং সন্থাৰ বিষয়ববীয়াসকলে স্বর্ণপদক জয়ী অংকুশিতা বড়ো, ৰূপৰ পদক জয়ী শিৱ থ...