February 15, 2025 6:47 PM

views 28

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী আৰু আছুৰ মাজত আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ'ব। কাইলৈ দি...

February 15, 2025 6:45 PM

views 14

পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ প’ৰ্টেল মুকলি

সৌৰ শক্তিৰ ব্যৱহাৰেৰে কৃষি খণ্ডৰ সৱলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ pmkusum.assam.gov.in শীর্ষক এটা প'ৰ্টেল মুকলি কৰা হ'ব। ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ সহযোগত অসম শক্তি উন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কৃষকসকলৰ প্ৰ...

February 15, 2025 6:42 PM

views 25

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রী সংবাদমেল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত আয়োজিত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। এই সন্মিলনত বৰ্তমানলৈ ৭ হাজাৰ প্ৰতিষ্ঠানে পঞ্জীয়ন কৰাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, যে জাপানে অসমত এটা...

February 15, 2025 6:38 PM

views 23

ৰাজ্যত চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয়। এইবাৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত এক লাখ ৯০ হাজাৰ ৬৫৩ গৰাকী ছাত্ৰ আৰু ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্রী আছে। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰ...

February 15, 2025 6:34 PM

views 20

ৰাছিয়া আক্ৰমণ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰকাশ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে কয় যে বন্ধ হৈ থকা চেন বিল পাৰমানৱিক শক্তি খণ্ডৰ ৰেডিয়েচন কনটেইনমেণ্ট চেণ্টাৰত ৰাছিয়াৰ ড্ৰ'নে যথেষ্ট ক্ষতি সাধন কৰিছে। অৱশ্যে জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ পাৰমানৱিক শক্তি সংস্থাই এই ঘটনাৰ পাছত বিকিৰণৰ মাত্ৰাই স্বাভাৱিক বুলি নিশ্চিত কৰিছে। ইউক্রেইনত চলি থকা য...

February 15, 2025 6:29 PM

views 19

প্ৰয়াগৰাজত হোৱা পথ দুৰ্ঘটনাত কমেও ১০ গৰাকী লোকৰ মৃত্যু, ১৯ গৰাকী আহত

কালি নিশা প্ৰয়াগৰাজ জিলাৰ মেজা ৰ'ড ক্ৰছিঙৰ সমীপত এখন যাত্ৰী কঢ়িওৱা এছ ইউ ভি বাহন আৰু দ্ৰুতবেগী বাছ এখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৯ গৰাকী লোক আহত হয়। প্ৰয়াগৰাজৰ আৰক্ষী আয়ুক্ত তৰুণ গাবাই জনোৱা মতে এছ ইউ ভি বাহনখনত ছত্তিশগড়ৰ কাৰ পৰা প্ৰয়াগৰাজ অভিমুখে এদল লোক...

February 15, 2025 6:25 PM

views 19

পাকিস্তানত বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্রমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

February 15, 2025 6:22 PM

views 34

হামাছে মুকলি কৰি দিবলগীয়া ৩ পণবন্দীৰ নাম ইজৰাইলৰ ঘোষণা

গাজা স্ট্রিপত পেলেষ্টাইনী সশস্ত্র গোট হামাছে আজি মুকলি কৰি দিবলগীয়া তিনিজন পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ'ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয় হামাছৰ ...

February 15, 2025 6:19 PM

views 16

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুনলৈ বৃদ্ধি পাইছে। মীন মন্ত্ৰ্যালয়ৰ এটা তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষত দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ তুলনাত ২০২৩-২৪ বৰ্ষত ১৮৪ লাখ টনলৈ বৃদ্ধি হৈছে। ৮ শতাংশ অংশীদাৰিত্বৰে ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ মৎস্য উৎপাদকাৰী দেশ হিচাপে পৰিগণিত হৈছে বুলিও মন্ত্ৰ্যালয়ৰ সুত্ৰই প্ৰকাশ কৰে...

February 15, 2025 6:17 PM

views 16

চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ৰাঁচীত অনুষ্ঠিত বিৰলা ইনষ্টিটিউত অৱ টেকন'লজি মেছৰাৰ প্লেটিনাম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অনাগত সময়, কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন...