February 16, 2025 12:00 PM
16
সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ’ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে বুলি শ্রোতাৰ মন্তব্য
সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ'ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ'ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবেই অগণন শ্রোতাই এতিয়াও এই বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ...