ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ক্ৰ’ৱেছিয়াত আজিৰে পৰা ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা

♦ ক্ৰ’ৱেছিয়াত আজিৰ পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ’ব। প্ৰতিযোগিতাত ভাৰতৰ ছাথিয়ান জ্ঞানচেকৰণ আৰু মণিকা বাট্রাকে ধৰি ভালেকেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ছাথিয়ানৰ সৈতে পুৰুষৰ ছিংগলছত পায়ছ জৈন, হৰমিত দেশাই আৰু স্নেহিত সূৰভাৰ্জ্জুলাই প্রতিদ্বন্দ্বিতা কৰিব। ইপিনে মহিলাৰ ছিংগলছত ৰীথ টেনিছন আৰু য়ছশ্বিনী ঘোৰপাড়ে ভাগ ল’ব। প্রতিযোগিতাৰ মিক্সড ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ছাথিয়ান জ্ঞানচেকৰণ আৰু মণিকা বাট্ৰাৰ যুটিটো অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পায়ছ জৈন আৰু হৰমিত দেশাইৰ যুটিটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।