ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ আজি উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ’ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় প্ৰকাশন বিভাগে হিন্দী আৰু ইংৰাজী ভাষাত ই-বুকখন প্ৰকাশ কৰি উলিয়াইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।