June 23, 2025 11:32 AM

views 11

নতুন দিল্লীত আজি Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ধিয়া নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে দিয়া ভাষণৰ আধাৰত প্ৰকাশিত গ্রন্থ Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। ৰাষ্ট্ৰপতিৰ ৫১টা ভাষণ সন্নিৱিষ্ট গ্ৰন্থখনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় বৰ্ষৰ কাৰ্যকালত তেওঁৰ দৃষ্টিভংগী, দৰ্শন আৰু অগ্ৰাধিকাৰ প্ৰতিফলিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানো গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব। গ্রন্থখন হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ পোৱাৰ লগতে এটা ই-সংস্...

July 18, 2024 1:03 PM

views 12

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ আজি উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় প্ৰকাশন বিভাগে হিন্দী আৰু ইংৰাজী ভাষাত ই-বুকখন প্ৰকাশ কৰি উলিয়াইছে।