May 22, 2025 8:16 PM

views 14

“এখন দেশ, এটা অভিযান: প্লাষ্টিক প্ৰদূষণ নির্মূল” শীৰ্ষক সজাগতামূলক অভিযানৰ শুভাৰম্ভ

বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে চৰকাৰে আজি ৰাষ্ট্ৰজুৰি, " এখন দেশ, এটা অভিযান : প্লাষ্টিক প্ৰদূষণ নির্মূল" শীৰ্ষক এটা সজাগতামূলক অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে, পূৰ্বৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰি, প্লাষ্টিকৰ ব্যৱহাৰৰ অৱসান ঘটাই বহনক্ষম জীৱনযাত্ৰাৰ বাবে সমূহীয়া সজাগতা গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনায়। মন্ত্ৰালয়ে এটা বিবৃত্তিৰ জৰিয়তে কয় যে এই অভিযানে ভাৰতৰ প্ৰথম গুৰুত্বপূৰ্ণ অভিযান 'পৰিৱেশৰ বাবে জীৱনযাত্ৰা'ৰ লগতে পৰিৱেশৰ নিৰাপত্ত...

June 5, 2024 12:31 PM

views 26

দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন

আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ উন্নয়ন তথা জৈৱ তন্ত্ৰ ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবছৰে ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপর্য বহন কৰি আহিছে। দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰা হ'ব। এইবেলি পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বিশদ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্...