May 28, 2025 10:28 AM

views 12

নতুন দিল্লীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত বস্ত্ৰ মন্ত্ৰালয়ৰ বস্ত্ৰ পৰামৰ্শদাতা গোটৰ বৈঠক

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত কালি নতুন দিল্লীত বস্ত্র মন্ত্রালয়ে কপাহ আৰু মানৱসৃষ্ট আঁহ বা এম এম এফ সম্পর্কে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্রগতি পর্যালোচনাৰ বাবে বস্ত্ৰ পৰামৰ্শদাতা গোটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গিৰিৰাজ সিঙে কপাহ উৎপাদনশীলতা অভিযানৰ ওপৰত আলোকপাত কৰে আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ফাইভ-এফ দৃষ্টিভংগীৰ সৈতে মিল থকাকৈ কপাহৰ উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উদ্ভাৱন আৰু সহযোগিতাই কৃষি উৎপাদনশীলতা বৃদ্ধি ...