June 5, 2025 9:30 PM
গুবাহাটীৰ সাপ্তাহিক বজাৰত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলক কোনো ধৰণৰ মাচুল নিদিয়াকৈ ব্যৱসায়ৰ সুবিধা
গুৱাহাটী পৌৰ নিগমে মহানগৰীখনৰ সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰা অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলে লেচী বজাৰসমূহত কোনো ধৰণৰ মাচ...